• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৃথিৱীৰ সকলোতকৈ ধুনীয়া হাতৰ আখৰ, কম্পিউটাৰৰ ফ্ৰন্টেও নাপাব পাত্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2023 4:42 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ হাতৰ আখৰ সুন্দৰ হোৱাটো বিচাৰে। সৰুৰ পৰাই আমাৰ অভিভাৱক আৰু শিক্ষকে আমাৰ হাতৰ আখৰ ভাল কৰিবৰ বাবে লিখাৰ বিভিন্ন অভ্যাস কৰোৱাইছিল। 

কিছুমান মানুহৰ হাতৰ আখৰ ইমানেই ধুনীয়া যে দেখিলেই মন ভৰি পৰে। কিন্তু আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ কাৰ? 

Apply Now

নেপালৰ স্কুলীয়া ছাত্ৰী এগৰাকীয়ে লিখিব পাৰে পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ। তাইৰ নাম প্ৰকৃতি মাল্যা। তাইৰ হাতৰ আখৰ ইমানেই ধুনীয়া যে ইয়াক পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ বুলি গণ্য কৰা হয়। 

হাতৰ আখৰ বিশেষজ্ঞসকলেও প্ৰকৃতিৰ লেখাৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছে। প্ৰকৃতিৰ লিখনি দেখিও তেওঁলোক আচৰিত হৈ পৰিছে।

উল্লেখ্য যে অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তাই নিজৰ হাতেৰে লিখা এখন ৰচনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। প্ৰকৃতিয়ে লিখা সেই লেখাটো দেখিলে মানুহ আচৰিত হৈ গৈছিল। বিশেষজ্ঞসকলে দাবী কৰে যে প্ৰকৃতিয়ে লিখা শব্দবোৰৰ মাজত সমান ব্যৱধান আছে।

তেওঁ কেৱল শব্দই নহয়, প্ৰতিটো আখৰ আৰু আখৰৰ উচ্চতাও নিখুঁতভাৱে সমানে লিখিব পাৰে। আচলতে ইমান নিখুঁটভাবে কম্পিউটাৰত হে লিখিব পাৰি। তেওঁৰ হাতৰ আখৰে কম্পিউটাৰৰ ফণ্টকো পৰাস্ত কৰিব পাৰে। 

প্ৰকৃতিৰ এই প্ৰতিভাৰ বাবেই তেওঁক নেপাল সশস্ত্ৰ বাহিনীয়ে বিশেষ বঁটা প্ৰদান কৰে। নেপালৰ এই ছোৱালীজনীয়ে সমগ্ৰ বিশ্বক নিজৰ হাতৰ আখৰেৰে আচৰিত কৰি তুলিছে।

প্ৰকৃতি এতিয়া নেপালৰ সৈনিক ৱাছিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd