• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পলাই আহি ভাৰতীয় হিন্দু যুৱকেৰে বিবাহ পাকিস্তানী গৃহিণীৰ! মন্দিৰত ৰকেট লাঞ্চাৰেৰে আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 11:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী হিন্দু যুৱকৰ প্ৰেমত পাকিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰে এগৰাকী মুছলমান মহিলাই। মহিলা গৰাকীয়ে ভাৰতলৈ পলায়ন কৰাৰ প্ৰতিশোধ ল’বলৈ দুষ্কৃতিকাৰীয়ে পাকিস্তানৰ হিন্দু মন্দিৰত ৰকেট লঞ্চাৰে আক্ৰমণ কৰা হয়। ইমানেই নহয়, পাকিস্তানী মহিলাগৰাকীৰ সম্পৰ্কীয় লোকে মন্দিৰৰ আশে-পাশে থকা হিন্দু ঘৰবোৰতো প্ৰৱেশ কৰি গুলীচালনা কৰে। অৱশ্যে এই ঘটনাত কোনো হতাহতিৰ খবৰ পোৱা নাই। ঘটনা সংঘটিত হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশত।

এই ঘটনাত পাছতে পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়টো পুনৰ উত্থাপন হৈছে। এই ঘটনাৰ সমান্তাৰলভাৱে এটা শ্বপিং মল নিৰ্মাণৰ বাবে যোৱা শুকুৰবাৰে নিশা কৰাচীৰ ১৫০ বছৰীয়া এটা মন্দিৰ ভাঙি পেলোৱা হয় বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইফালে দেওবাৰে পুৱতি নিশা মন্দিৰত ৰকেট লঞ্চাৰ আক্ৰমণ সংঘটিত হয়। দক্ষিণ সিন্ধৰ কাছমোৰ অঞ্চলত অৱস্থিত এই মন্দিৰটো বছৰত এবাৰহে মুকলি কৰা হয়। গোটেই বছৰটো মন্দিৰটো বন্ধ কৰি ৰখা হয়।

Apply Now

দেওবাৰেও বন্ধ হৈ থাকে মন্দিৰটো। সেই সময়ত দুষ্কৃতিকাৰীৰ দল এটাই মন্দিৰলৈ ৰকেট লঞ্চাৰ নিক্ষেপ কৰিছিল। মন্দিৰৰ গাতে লাগি থকা হিন্দুৰ ঘৰতো আক্রমণ কৰে ৮-৯ জনীয়া দুষ্কৃতিকাৰীৰ দলটোৱে৷  অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই।

এই আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে কাশ্মোৰ-কান্ধকোটৰ এছ এছ পি ইৰফান ছাম্মোৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে আৰক্ষীক দেখা পাই পলাই যায় দুষ্কৃতিকাৰীৰ দলটোৱে। আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

কিন্তু আৰক্ষীৰ সূত্ৰ অনুসৰি দুষ্কৃতিকাৰীৰ দলটোৱে নিক্ষেপ কৰা ৰকেট লঞ্চাৰবোৰ বিস্ফোৰণ হোৱা নাছিল। আৰক্ষীৰ মতে হিন্দু মন্দিৰ অক্ষত আছে। অৱশ্যে স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

কিয় এনেদৰে আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে? আৰক্ষীৰ সূত্ৰ অনুসৰি ইয়াৰ আঁৰত আছে PUBG-প্ৰেমৰ কাহিনী। অনলাইন গেম খেলি থকাৰ সময়তে এগৰাকী ভাৰতীয় যুৱকৰ প্ৰেমত পৰে এগৰাকী পাকিস্তানী গৃহিণী। তাৰ পিছত ভাৰতলৈ আহি বিয়া পাতি হিন্দু ধৰ্ম গ্ৰহণ কৰে।

সেই ঘটনাক লৈ দুয়োখন দেশৰ মাজত বিবাদ চলি আছে। তাৰ পৰিপ্ৰেক্ষিতত দুষ্কৃতিকাৰীয়ে কাশ্মোৰৰ হিন্দু জনসাধাৰণক ভাবুকি দিছিল। মন্দিৰটো ধ্বংস কৰাৰ উপৰিও স্থানীয় হিন্দুসকলে হত্যাৰ ভাবুকিও লাভ কৰিছিল। আৰক্ষীৰ মতে, এই ভাবুকি প্ৰমাণ কৰিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd