• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফেচবুক কৰ্ণাৰ : আছুৰ ক্ৰিয়া প্ৰতিক্ৰিয়াকলৈ সময় নষ্ট নকৰিব – বুলন কুমাৰ শইকীয়াৰ ফেচবুক পোষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 2:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আছুত তৃণমূল পৰ্যায়ত অজস্ৰ আৰু সন্দেহাতীতভাৱে অসম প্ৰেমী যুৱ কৰ্মী আছে ৷ কিন্তু নেতৃত্বৰ কেতবোৰ সুবিধাবাদী অৱস্থানে সংগঠনটোৰ যিদৰে গৰিমা হ্ৰাস কৰিছে ঠিক সেইদৰে সেই নিষ্ঠাবান কৰ্মীসকলকো হতাশাত ভুগাইছে । কিন্তু সামগ্ৰিকভাৱে আছুৰ ক্ৰিয়া প্ৰতিক্ৰিয়াকলৈ সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই বুলি আমি ভাবোঁ ৷

আজি বহুতেই কৈছে আৰ.এছ.এছৰ যি এজেণ্ডা সি আছুৰো এজেণ্ডা ৷ সেইটো উপলব্ধি কৰিবলৈ আমাক এইখিনি সময়ৰ কিয় দৰকাৰ হ’ল ? সেইটোতো বহু আগতেই প্ৰতিপন্ন হৈ গৈছে । অসম আন্দোলনৰ সময়ত কিদৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু জনসংঘৰ নেতাৰ অসমলৈ সঘন আহযাহ, আন্দোলনৰ নেতাৰ সৈতে অহৈতুক প্ৰীতি, বহিৰাগত বহিষ্কৰণৰ পৰা আন্দোলনটো কেনেকৈ অবৈধ বাংলাদেশী খেদাৰ আন্দোলনলৈ সলনি হ’ল বহু কথা আজিও নিকট ইতিহাসত স্পষ্ট হৈ আছে ৷ আছুত সাম্প্ৰদায়িকতাবাদে বিৰাজমান কৰিছে বুলি নেতৃত্বক অভিযোগ দিবলৈ গৈ কোনকেইজন মুছলমান ছাত্ৰ নেতাক বহিষ্কাৰ কৰা হৈছিল তাৰ তথ্য নেকিবুৰ জামান , মতিউৰ ৰেহমানক সুধিলেই উত্তৰ পোৱা যাব ৷ আৰু এটা ভয়ংকৰ তথ্য দিছোঁ । নেলীৰ হত্যাযজ্ঞৰ পাছত সমস্ত দোষ ঠেলি দিয়া হৈছিল পাৰ্শ্বৱৰ্তী এলেকাৰ তিৱা জনগণলৈ ৷ যাৰ পৰিণতিত অপমান বোধ কৰি জন্ম হৈছিল তিৱা ছাত্ৰ সন্থাৰ ৷

Apply Now

আছুৰ একাংশ নেতৃত্বই সময়ে সময়ে শাসনযন্ত্ৰক উপকাৰ সাধন কৰি আহিছে । সেয়ে আছু প্ৰভৃতি সংগঠনবোৰ ৰাষ্ট্ৰৰ ভেটো অৰ্গেনাইজেচন ৷ সেয়ে তেওঁলোকে কি কৈছে কি নকৈছে সেইবোৰ কথালৈ সামান্য বুদ্ধি থকা মানুহে গুৰুত্ব নিদিয়াই ভাল।

অসম জাতীয় পৰিষদৰ গঠনৰ বেলিকা দি ক্ৰছ কাৰেন্টত মোৰ এক বিশ্লেষণ প্ৰকাশ পাইছিল ৷ সেই বিশ্লেষণটোৰ ওপৰত কটুক্তি দিবলৈ গৈ শংকৰজ্যোতি বৰুৱাই অভিহিত কৰিছিল মই হেনো হিমন্তৰ নাহৰকটীয়াত থকা কমিছন সংগ্ৰহকাৰীজনৰ পৰা নিয়মিত পইছা পাই থকা মানুহ ৷ সময় বাগৰিল । মোৰ বিশ্লেষণো সঠিক প্ৰমাণিত হ’ল । শংকৰজ্যোতি বৰুৱাই যিজন কমিছন এজেণ্টৰ পৰা মই ধনবিত পাই থাকো বুলি অভিযোগ আনিছিল সেই কমিছন এজেণ্টৰ সৈতে মোৰ বিপৰীতমুখী অৱস্থানো কাগজে পত্ৰই স্পষ্ট। স্পষ্ট নহ’ল শংকৰজ্যোতি বৰুৱাইহে ৷ কাৰণ তেওঁক উদ্দেশ্যি এখন মুকলি চিঠি লিখিছিলো ৷ জাতীয় পৰিষদৰ জন্মৰ পৃষ্ঠভূমি যিহেতু আছুৱে নিৰ্মাণ কৰি দিছিল সেয়ে নিৰ্বাচনৰ পৰাজয়ৰ পাছত জাতীয় পৰিষদৰ দায়িত্ব তেওঁলোকে যাতে পৰিকল্পিতভাৱে গ্ৰহণ কৰে। ক’তা ? আজিলৈকেতো এটাও মাত নুশুনিলোঁ ৷

লুৰীণজ্যোতিক লগ পালে সেয়ে কওঁ : তোমাৰ নামটো অভিমুন্য কৰি লোৱা ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd