• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহৰ পূৰ্বে পত্নীক সোধক এই ৫ টা প্ৰশ্ন : উপেক্ষা কৰিলে যতি পৰিব পাৰে সংসাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 1:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান প্ৰেমৰ সম্পৰ্কত থকা দম্পতীয়ে বিবাহৰ পূৰ্বেও যৌন সম্পৰ্ক স্থাপন কৰাতো প্ৰায় স্বাভাৱিক ঘটনা হৈ পৰিছে। কিন্তু পৰিয়ালৰ মানুহে ঠিক কৰি দিয়া বিবাহৰ ক্ষেত্ৰত এতিয়াও শাৰীৰিক সম্পৰ্কতো দূৰৰে কথা কিছুমান বিবাহৰ ক্ষেত্ৰত স্বামী-স্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক বুজিবলৈকো সুযোগ লাভ নকৰে।

এনে বিবাহত স্বামী-স্ত্ৰীয়ে ঘনিষ্ঠতা সৃষ্টিৰ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কাৰণ এনে স্বামী-স্ত্ৰী ইজনে সিজনৰ বাবে অচিনাকি। গতিকে ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে দুয়োৱে দুয়োকে সঠিকভাৱে চিনি পোৱাটো প্ৰয়োজন। তেওঁলোকে নিজৰ মাজত আৱেগিক বন্ধন গঢ়ি তুলিব লাগিব আৰু তেতিয়াহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাটো সম্ভৱ।

বিশেষজ্ঞসকলৰ মতে বিবাহৰ পিছতে বহু পুৰুষে পত্নীৰে যৌন সম্পৰ্ক গঢ়ি তুলিবলৈ বৰ লৰালৰি কৰে। বহুতে নৱবিবাহিতা পত্নীৰ দুখ-যন্ত্ৰণাক উপেক্ষাও কৰে। স্বামীৰ এনে আচৰণৰ বাবে একাংশ নৱবিবাহিতা পত্নীৰ স্বামীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়।

Apply Now

গতিকে বিয়াৰ পিছত পত্নীৰ সৈতে কেমিষ্ট্ৰী গঢ়ি তুলিবলৈ কিছু সময় ব্যয় কৰিব লাগে। তাৰ পাছতহে অৰ্ধংগিনীৰ লগত শাৰীৰিক ঘনিষ্ঠতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত। মনত ৰখা উচিত বৰ্তমান প্ৰজন্মৰ নাৰী যথেষ্ট আত্মসচেতন লগতে আত্মমৰ্যাদা আৰু আত্মসন্মানক লৈ যথেষ্ট সতৰ্ক।

এনে ক্ষেত্ৰত স্বামীয়ে পত্নীৰে শাৰীৰিকভাৱে অন্তৰংগ হোৱাৰ আগতে ৫ টা প্ৰশ্ন সুধিব পাৰে। এই ৫ টা প্ৰশ্নৰ উত্তৰ শুনাৰ পিছতহে তেওঁ পত্নীৰ ওচৰ চপা উচিত। নহ’লে সংসাৰত বিজুতি ঘটাৰ সম্ভাৱনা থাকে।

১. আমি দুয়ো সাজু নে?

শাৰীৰিক ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে পত্নীক সদায় সুধিব যে আমি দুয়ো সাজু নে? চাওক তেওঁ কি উত্তৰ দিয়ে। যদি তেওঁ কয় হয়, মই যৌন সম্পৰ্কৰ বাবে সাজু, তেন্তে আপুনি আৰু অপেক্ষা কৰাৰ প্ৰয়োজন নাই। এই সময়ৰ পৰা আপুনি আপোনাৰ সম্পৰ্কক এক নতুন স্তৰলৈ লৈ যাব পাৰিব। আৰু যদি তেওঁ কয় যে তেওঁ এতিয়াও সাজু হোৱা নাই, তেন্তে আপোনাৰ হাতত অপেক্ষা কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।

২. মোক কিবা সুধিবা নেকি?

শাৰীৰিক ঘনিষ্ঠতা সৃষ্টি কৰাৰ আগতে বহু সময়ত মহিলাসকলৰ মনত বহু প্ৰশ্নই অগাদেৱা কৰি থাকে। তেওঁলোকে বিভিন্ন কথা জানিব বিচাৰে। গতিকে ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে পত্নীৰ মনত কিবা প্ৰশ্ন আছে নেকি সেইটো জানিবলৈ চেষ্টা কৰক। কিবা সুধিলে সোনকালে উত্তৰ দিব। ইয়াৰ পিছত আপোনাৰ সম্পৰ্কই নতুন দিশ ল’ব পাৰে।

৩. কিবা ক’বলৈ মন গৈছে নেকি?

তেনে সময়ত নাৰীৰ মনৰ ভিতৰত বহুতো মূল্যবোধ, অহংকাৰ, গোপনীয়তা আদিয়ে জুমুৰি দি থাকে। আৰু শাৰীৰিক ঘনিষ্ঠতা গঢ়ি তোলাৰ আগতে তেওঁলোকে এইবোৰ কথা নিজৰ ঘনিষ্ঠ ব্যক্তিজনৰ লগত শ্বেয়াৰ কৰিব বিচাৰে। গতিকে অন্তৰংগ মুহূৰ্ত সৃষ্টি কৰাৰ আগতে তেওঁৰ মনটোক সুধিব পাৰে। এই কাম কৰিব পাৰিলেহে আপোনাৰ সম্পৰ্কৰ ভেটি মজবুত হ’ব।

৪. সম্পৰ্কৰ বান্ধোন মজবুত হৈছেনে?

যিকোনো ধৰণৰ শাৰীৰিক অন্তৰংগতাৰ আগত সম্পৰ্কৰ বান্ধোন মজবুত কৰাটো গুৰুত্বপূৰ্ণ। আচলতে দুজন মানুহ যদি আৱেগিকভাৱে ঘনিষ্ঠ নহয়, শাৰীৰিকভাৱে লগ হ’লেও সম্পৰ্কটোত বিশেষ প্ৰভাৱ নপৰে। গতিকে প্ৰথমে পত্নীৰ মনৰ তনপুৰাৰ সুৰ জনা উচিত। গতিকে তেওঁক সম্পৰ্কৰ ভিত্তিৰ বিষয়ে সুধিব। যদি এই প্ৰশ্নৰ উত্তৰ ইতিবাচক হয় তেন্তে শাৰীৰিক ঘনিষ্ঠতালৈ আগবঢ়াতো উচিত।

৫. মোৰ পৰা কিবা জানিব বিচৰা নেকি?

প্ৰতিগৰাকী পত্নীয়ে স্বামীৰ পৰা কিছুমান বিশেষ কথা আশা কৰে। আপোনাৰ পত্নীও ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলাৰ আগতে তেওঁৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনাটো প্ৰয়োজনীয়। তেওঁ আপোনাৰ পৰা কি বিচাৰে সেই কথা জানিলে আপোনাৰ উপকাৰ হ’ব। তাৰ পিছত তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰক। আপুনি দেখিব যে আপোনাৰ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিবলৈ সময় নালাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd