• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃতীয় লিংগৰ ব্যক্তিৰ লগত বিবাহপাশাত আৱদ্ধ হোৱাই হ’ল কাল, হত্যাৰ ভাবুকি দিলে পৰিয়ালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2023 8:43 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি ক’বলৈ উলাইছোঁ এটা বিশেষ প্ৰেমৰ সম্পৰ্কৰ কথা। এগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ লগত বিবাহপাশাত আৱদ্ধ হোৱাই হ’ল কাল, যাৰ বাবে হত্যাৰ ভাবুকি দিলে পৰিয়ালে।

ইনষ্টাগ্ৰামত চিনাকী হৈ পাছত প্ৰেমত পৰিছিল দুয়ো। তাৰপিছতেই বিবাহ পাশত আৱদ্ধ হ’ল এজন যুৱক আৰু তৃতীয় লিংগৰ ব্যক্তি । পিছে বিয়া পাতি সুখী হ’ব পৰা নাই তেওঁলোক । কিয়নো তৃতীয় লিংগৰ ব্যক্তি হোৱাৰ বাবেই পৰিয়ালৰ অত্যাচাৰৰ সন্মুখীন দম্পতীহাল। 

Apply Now

বিহাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।  ৰাজধানী চহৰ পাটনাত সংঘটিত হৈছে এই ঘটনা । তৃতীয় লিংগৰ ব্যক্তিৰ সৈতে বিয়া পাতি বিপদত পৰিছে এজন যুৱক । বিবাহৰ পাছতে তৃতীয় লিংগৰ ব্যক্তি আৰু যুৱকজনক হত্যাৰ ভাবুকি দিছে পৰিয়ালে । আনহাতে তৃতীয় লিংগৰ বোৱাৰীৰ পৰা ৬০ লাখ টকাৰ যৌতুকো বিচাৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ।

উপায়হীন হৈ নিজৰ পৰিয়ালৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে তেওঁলোকে। অভিযোগ অনুসৰি বিয়াৰ পাছতে পৰিয়ালৰ লোকসকলে তেওঁক প্ৰহাৰ কৰিছে আৰু তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিছে । একে সময়তে, যুৱকজনক হত্যা কৰাৰ ভাবুকিও দিছে পৰিয়ালৰ লোকে । 

ভুক্তভোগী ৰবি কুমাৰ নামৰ যুৱকজনে তেওঁৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে আৰু ন্যায় বিচাৰিছে ।

উল্লেখ্য যে তেওঁলোকে ২০২৩ চনৰ ২৫ জুনত এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হয় । বিবাহৰ পাছত পত্নীক ঘৰলৈ লৈ যোৱাৰ পিছত পিতৃ, মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে । লগতে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলিও যুৱকজনে অভিযোগ উত্থাপন কৰে । 

দম্পতীহালে  অভিযোগ কৰা মতে যোৱা ১৩ জুলাইত বাইকত অহা দুৰ্বৃত্তই তেওঁলোকক হত্যাৰ চেষ্টা কৰিছিল । অৱশ্যে কোনোমতে তেওঁলোকে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিছে । যুৱকজনে অভিযোগ কৰা মতে তেওঁ পৰিয়ালৰ লোকসকলে পত্নীক কিন্নৰ বুলি কৈও বাৰে বাৰে অপমানিত কৰিছে । দানাপুৰ আৰক্ষীয়ে জনোৱা মতে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd