• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিঃৰাজ্যৰ পৰা বিএড, ডিএলএড উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ: আদৰণি ডিৱাইএফআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2023 6:34 pm
Assam job DYFI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া পশ্চিমবংগকে ধৰি বহিঃৰাজ্যৰ পৰা বি এড আৰু ডি এল এডত উত্তীৰ্ণ হৈ শিক্ষকৰ চাকৰি লোৱাসকলৰ প্ৰমাণ পত্ৰসমূহ পৰীক্ষা কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে আদৰণি জনাইছে।

ডি ৱাই এফ আই- এ লগতে এই সিদ্ধান্ত সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে শিক্ষক নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া চলি থকাৰ সময়তে যোৱা ৭ মে’ ২০২৩ তাৰিখে ডি ৱাই এফ আইয়ে বহিঃৰাজ্যৰ বি এড-ডি এল এড প্ৰমাণ পত্ৰৰ পৰীক্ষণৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল।

Apply Now

বহিঃৰাজ্যৰ পৰা লোৱা বি এড-ডি এল এড লোৱা প্ৰাৰ্থীসকলে এদিনো ক্লাছ আৰু কোনো প্ৰেক্টিকেল নকৰাকৈ ৮০-৯৭ শতাংশ অৰ্থাৎ অতি উচ্চ হাৰত নম্বৰ লাভ কৰিছে আৰু ইয়াৰ ফলত অসমত ডিগ্ৰী লোৱা সকলে বঞ্চনাৰ বলি হৈ চাকৰিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছিল।

ডি ৱাই এফ আইয়ে সদৰী কৰা অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৪৫% আৰু স্নাতক ডিগ্ৰীত ৫০% নম্বৰ লাভ কৰা প্ৰাৰ্থীয়ে পশ্চিমবংগৰ পৰা লোৱা বি এড ডিগ্ৰীত ৯৭% নম্বৰ লাভ কৰিছে বুলি তথ্য লাভ কৰিছিল।

আচৰিত ধৰণে বহিঃৰাজ্যৰ পৰা ডিগ্ৰী ল’বলৈ কোনো বাচনি পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে তথা কেৱল পৰীক্ষাত অৱতীৰ্ণ হ’লেই হ’ল বুলি দাবী কৰিছিল ডি ৱাই এফ আয়ে। লগতে এই ক্ষেত্ৰত খৰচৰ পৰিমাণো বহু কম। ইয়াৰ বিপৰীতে অসমত বি এড কৰিবলৈ হ’লে প্ৰথমতে প্ৰৱেশ পৰীক্ষা (Entrance Exam) দিব লাগে।

ডিব্ৰুগড় বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে যিকোনো বি এড কলেজত নামভৰ্তি কৰি শ্ৰেণীত কমেও ৭৫% উপস্থিত থাকি পাঠ গ্ৰহণ কৰিব লাগে। নিয়মীয়া পাঠ গ্ৰহণৰ উপৰি এজন বি এডৰ শিক্ষাৰ্থীয়ে প্ৰথম বৰ্ষত ক্লাছ টেষ্ট, এচাইন্টমেন্টৰ আৰু ১৫ দিনৰ প্ৰেক্টিচ টিচিং কৰিব লাগে।

দ্বিতীয় বৰ্ষত তিনি মাহৰ ইন্টাৰ্ণশ্বিপ, এচাইন্টমেন্ট লিখা, লেচন প্লেন বনোৱা, বিদ্যালয়ৰ নিৰ্দিষ্ট এটা সমস্যাক লৈ এক্সন ৰিচাৰ্চ কৰা, শিক্ষণ সামগ্ৰী বনোৱা (TLM) আদি কাম কৰাৰ পাছতহে চূড়ান্ত পৰীক্ষা দি বি এড ডিগ্ৰী পাবলৈ সক্ষম হয়।

ডি এল এডৰ ক্ষেত্ৰতো প্ৰায় একে ধৰণৰ প্ৰক্ৰিয়াই অনুসৰণ কৰিব লাগে। ইমানৰ পাছতো প্ৰাৰ্থীসকলে ৭০-৭৫% নম্বৰহে লাভ কৰে। ইয়াৰ বিপৰীয়ে বহিঃৰাজ্যত এজন প্ৰাৰ্থীয়ে কেৱল পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে আৰু অৱতীৰ্ণ হৈয়ে ৮০-৯৭% নম্বৰ লাভ কৰে।

সংগঠনটোৱে কয়, খৰচ হিচাপ চালেও দেখা যায় অসমত বি এড ডিগ্ৰী ল’বলৈ হ’লে ২/২.৫ লাখ টকা খৰচ হোৱাৰ বিপৰীতে বহিঃৰাজ্যত ৬০/৭০ হাজাৰ টকাহে খৰচ হয়।

ইমানৰ পাছতো অসমৰ বি এড ডিগ্ৰী আৰু বহিঃৰাজ্যত লোৱা বি এড ডিগ্ৰীৰ মূল্য একে হোৱাত অসমত অতি কষ্টৰে আৰু লাখ লাখ টকা খৰচ কৰি বি এড ডিগ্ৰী কৰা প্ৰাৰ্থীসকলে চৰম বঞ্চনাৰ সন্মুখীন হৈছে বুলি ডি ৱাই এফ আয়ে অভিযোগ কৰে।

লগতে শিক্ষাদানৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ কোনো বাস্তৱ অভিজ্ঞতা নোহোৱাকৈ এইসকল শিক্ষকে ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিব তাক লৈও প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে। সংগঠনটোৰ দাবী মতে, অকল বি এড ডিগ্ৰীয়ে নহয় অসমত দূৰ শিক্ষাৰ মাধ্যমত (ODL ) ডি এল এড ডিগ্ৰী লোৱা প্ৰাৰ্থীসকল নিয়মীয়া প্ৰাৰ্থীসকলতকৈ (Regular) বহু বেছি নম্বৰ পাবলৈ সক্ষম হৈছে।

ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ কাৰ্যকালত ODL পাঠ্যক্ৰমৰ নামত বৃহৎ বজাৰ মুকলি কৰি দিছিল। কেৱল টকাৰ বিনিময়তে নম্বৰ দিয়া বুলি গুৰুতৰ অভিযোগ উঠিছিল।

যি সময়ত নিয়মীয়া ডি এল এড প্ৰাৰ্থীয়ে ৬০-৭০ % নম্বৰ লাভ কৰিছে সেই একে সময়তে দূৰ শিক্ষাৰ মাধ্যমত (ODL) ৮০-৯০ শতাংশ নম্বৰ লাভ কৰি চাকৰি ক্ষেত্ৰত বাচনি হ’বলৈ সক্ষম হৈছে। শেৱালী দেৱী শৰ্মাৰ দিনত ডি এল এড পাঠ্যক্ৰমত অধিক নম্বৰ লাভ কৰা বিষয়টোও তদন্তৰ আঁওতালৈ আনিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd