• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাইচেন্সৰ দৰকাৰ নাই! কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে কম মূল্যত ৫ খন ই-স্কুটাৰ, পাব দীঘলীয়া মাইলেজ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2023 6:20 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীত লাহে লাহে খাৰুৱা তেলৰ পৰা উৎপন্ন কৰা ইন্ধন শেষ হৈ আহিছে। গতিকে ইন্ধনৰ বিকল্প হিচাপে মানুহে ইলেক্ট্ৰিক গাড়ী বা স্কুটাৰক অধিক গুৰুত্ব আৰোপ কৰিছে।

দেশত তেলৰ মূল্য আকাশলংঘী। ফলত বেটাৰী চালিত গাড়ীৰ দ্বাৰা মানুহে টকা সঞ্চয় কৰিব খুজিছে। ইটোৰ পিছত সিটোকৈ বহু কোম্পানীয়ে বজাৰত মুকলি কৰিছে নতুন ই-স্কুটাৰ। 

Apply Now

আজি আমি লৈ আহিছোঁ কম মূল্যত পাব পৰা ৫ খন ইলেক্ট্ৰিক স্কুটাৰ। আজি আমি যিকেইখন ইলেক্ট্ৰিক স্কুটাৰৰ কথা ক’ম, সেই কেইখন স্কুটাৰ লাইচেন্স অবিহনে ৰাস্তাত চলাব পাৰি। আচলতে এই বৈদ্যুতিক স্কুটিবোৰ ঘণ্টাত ২৫-৩০ কিলোমিটাৰ বেগত চলিব পাৰে। 

দেশৰ নিয়ম অনুসৰি ঘণ্টাত ৩০ কিলোমিটাৰতকৈ কম গতিবেগ বা ২৫০ ৱাটৰ কম শক্তিৰ স্কুটি চলাবলৈ ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন নাই। 

স্কুটি কেইখনৰ বিষয়ে সবিশেষ জানো আহক –

১/ হিৰো ইলেক্ট্ৰিক ফ্লেছ ই ২ ( Hero Electric Flash E2) 

এইখন হৈছে ভাৰতৰ অন্যতম সস্তীয়া ইলেক্ট্ৰিক স্কুটাৰ। মাত্ৰ ৫৯ হাজাৰ টকাত এই স্কুটীখন কিনিবলৈ পোৱা যায়। ইয়াত আছে ৪৮ ভল্টৰ ২৮Ah লিথিয়াম-আয়ন বেটাৰী। স্কুটিখনৰ বেটাৰীটো সম্পূৰ্ণ চাৰ্জ কৰিবলৈ ৪-৫ ঘণ্টা সময় লাগে আৰু সম্পূৰ্ণ চাৰ্জ দিয়াৰ পিছত ৬৫ কিলোমিটাৰ পৰ্যন্ত চলে। স্কুটাৰখন ঘণ্টাত ২৫ কিলোমিটাৰ বেগত যাব পাৰে যাৰ বাবে এই স্কুটাৰখন চলাবলৈ কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই।

২/ এম্পিয়াৰ ৰিঅ’ এলিট (Ampere Reo Elite) 

এই ইলেক্ট্ৰিক স্কুটাৰখনত লিথিয়াম-আয়ন আৰু লিড এচিড দুয়োটা বেটাৰী আছে। স্কুটীখন ঘণ্টাত সৰ্বোচ্চ ২৫ কিলোমিটাৰ বেগত যাব পাৰে। লগতে ২৫০ ৱাটৰ BLDC মটৰ আছে স্কুটীখনত। এবাৰ চাৰ্জ কৰিলে ৬০ কিলোমিটাৰ যাব পাৰে। ইয়াৰ উপৰিও ইয়াত ইউএছবি চাৰ্জিং পইণ্ট, এলইডি হেডলাইট, টেইললাইট, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ডেচব’ৰ্ড আদিৰ ব্যৱস্থাও আছে।

৩/ গেমপাই মিছ’ (Gemopai Miso) 

এই ইলেক্ট্ৰিক স্কুটাৰখন অলপতে বজাৰত মুকলি কৰা হৈছে। এই কোম্পানীটোৱে ভাৰতত সৰু সৰু স্কুটাৰ নিৰ্মাণ কৰি আছে। ঘণ্টাত সৰ্বোচ্চ ২৫ কিলোমিটাৰ বেগত চলাচল কৰিব পৰা স্কুটীখনত  ৪৮ভি ১ কিলোৱাট লিথিয়াম আয়ন বেটাৰী আছে।

৪/ অকিনাৱা লাইট (Okinawa Lite) 

মাত্ৰ ৬৬,০০০ টকাত এই  স্কুটাৰখন কিনিবলৈ পাব। ২৫০ ৱাটৰ বিএলডিচি ইলেক্ট্ৰিক মটৰ আৰু ১.২৫ কিলোৱাট লিথিয়াম-আয়ন বেটাৰী আছে এই স্কুটীখনত। সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছত ই ৬০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰে। স্কুটীখনত আছে এল ই ডি হেডলাইট, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, এল ই ডি টেইল-লেম্প আৰু এল ই ডি ইনডিকেটৰ।

৫/ ইভে জেনিয়া (EeVe Xeniaa) 

বিশ্বাস কৰিবলৈ টান কিন্তু এই ই-স্কুটাৰখনৰ দাম মাত্ৰ ৪৩ হাজাৰ টকা। যোৱা বছৰ EeVe-এ Xeniaa মডেল মুকলি কৰিছিল। ইয়াত ২৫০ ৱাট মটৰ আছে ।  এবাৰ সম্পূৰ্ণ চাৰ্জ দিয়াৰ পিছত  ৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম পাৰে এই স্কুটাৰখনে। ঘণ্টাত ২৫ কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে এই স্কুটীখন। স্কুটীখনৰ দুয়োটা চকাতে টিউবলেছ টায়াৰ আৰু ডিস্ক ব্ৰেক লগোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd