• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰ টি আইৰ আবেদনৰ ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ! এক গাড়ী তথ্য লৈ ঘৰলৈ উভতিল ব্যক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 12:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড মহামাৰীৰ সময়ত ঔষধ, চিকিৎসা সঁজুলি আৰু আনুষংগিক সামগ্ৰী ক্ৰয়ৰ বাবে নিবিদা আৰু বিল পৰিশোধৰ সন্দৰ্ভত তথ্য বিচাৰি এজন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোচৰ তৰিছিল। তাৰ উত্তৰ দিছে সংশ্লিষ্ট চৰকাৰী বিভাগে। চাঞ্চল্যকৰ ঘটনাটো হ’ল মধ্যপ্ৰদেশৰ স্বাস্থ্য বিভাগে আবেদনকাৰীক ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ দিছে। অৱশেষত আবেদনকাৰী ব্যক্তিগৰাকীয়ে এখন এছ ইউ ভি গাড়ীত বোজাই কৰি সেই তথ্যভাণ্ডাৰ ঘৰলৈ লৈ গ’ল।

মধ্য প্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ধৰ্মেন্দ্ৰ শুক্লাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। যদিও প্ৰথম অৱস্থাত তেওঁ মৌখিকভাৱে তথ্য জানিব বিচাৰিছিল। চৰকাৰী বিভাগে উত্তৰ নিদিয়াৰ ৰ বাবে আৰটিআই কৰে।

লগতে পঢ়ক: ৰোহিত-বিৰাট বিহীন টীম ইণ্ডিয়াৰ পৰাজয়; শৃংখলাত সমতা স্থাপন ৱেষ্ট ইণ্ডিজৰ

Apply Now

ধৰ্মেন্দ্ৰৰ ভাষাত “কোভিড মহামাৰীৰ সময়ত ঔষধ, চিকিৎসা সঁজুলি আৰু আনুষংগিক সামগ্ৰী ক্ৰয় আৰু বিল পৰিশোধৰ সন্দৰ্ভত বিতং তথ্য বিচাৰি তথ্যৰ অধিকাৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিলোঁ।”

ধৰ্মেন্দ্ৰই কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিষয়া ডঃ শাৰদ গুপ্তাৰ ওচৰত আৱেদন কৰাৰ পিছত জনোৱা হয় যে সকলো তথ্য তেওঁক বিনামূলীয়াকৈ দিয়া হ’ব। অন্যথা আবেদনকাৰীয়ে প্ৰতি পৃষ্ঠাত ২ টকা দিব লগা আছিল। অৰ্থাৎ ৪০ হাজাৰ পৃষ্ঠাৰ তথ্যৰ বাবে ৮০ হাজাৰ টকা দিবলগীয়া হ’লহেঁতেন।

লগতে পঢ়ক: গুৰুতৰভাৱে অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য; ৰখা হৈছে ভেন্টিলেচনত

ধৰ্মেন্দ্ৰই টকা ভৰিবলগীয়া নহ’ল। অৱশ্যে বিভাগটোৱে দিয়া ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ সংগ্ৰহ কৰিবলৈ এখন এছ ইউ ভিৰ প্ৰয়োজন হয়। এক গাড়ী ভৰ্তি তথ্য লাভ কৰিলে ধৰ্মেন্দ্ৰই। তেওঁ কয়, “নথি-পত্ৰ আনিবলৈ মই এখন এছ ইউ ভি গাড়ীলৈ গৈছিলো। গোটেই গাড়ীখন ভৰ্তি হৈ গ’ল। কেৱল চালকৰ আসনখন খালী আছিল।”

স্বাস্থ্য বিভাগৰ বিষয়া শাৰদ গুপ্তাই কয় যে সংশ্লিষ্ট বিভাগক বিনামূলীয়াকৈ তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিলো। লগতে তেওঁ কয়, “পূৰ্বতে সঠিক সময়ত তথ্য নিদিয়াৰ বাবে চৰকাৰী কোষাগাৰৰ ৮০ হাজাৰ টকাৰ লোকচান হৈছিল। ইয়াৰ পিছত চিএমএইচঅ’কো দোষী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিলো।”

লগতে পঢ়ক: এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ’ মেছেজ; কেনেদৰে কৰিব ব্যৱহাৰ?

এতিয়া প্ৰশ্ন হয়, ধৰ্মেন্দ্ৰই লাভ কৰা ৪০ হাজাৰ পৃষ্ঠাৰ নথিপত্ৰসমূহ ঘৰলৈ নি ক’ত ৰাখিব। কিমান দিনত তেওঁৰ এই তথ্যসমূহ পঢ়া সম্পূৰ্ণ হ’ব? ইয়াৰ পিছতহে তেওঁ গোচৰৰ তথ্যসমূহ জানিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd