• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোহিত-বিৰাট বিহীন টীম ইণ্ডিয়াৰ পৰাজয়; শৃংখলাত সমতা স্থাপন ৱেষ্ট ইণ্ডিজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 11:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমখন এদিনীয়া আন্তৰ্জাতিকত দুৰ্দান্ত জয়ৰ পিছত দ্বিতীয়খন মেচত পৰাস্ত হ’ল ৰোহিত-বিৰাট বিহীন টীম ইণ্ডিয়া। শনিবাৰে ব্ৰীজটাউনত হাৰ্দিক পাণ্ডিয়াৰ দলটোক ৬ উইকেটত পৰাস্ত কৰি শৃংখলা সমতা স্থাপন কৰে ৱেষ্ট ইণ্ডিজে। ৮০টা বল বাকী থকা অৱস্থাতে কেৰিবিয়ান দলটোৱে জয়লাভ কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে ৪০.৫ অভাৰত ১৮১ ৰান সংগ্ৰহ কৰি অল আউট হয়। ৱেষ্ট ইণ্ডিজে নিৰ্দ্ধাৰিত লক্ষ্য অনুসৰণ কৰি ৩৬.৪ অভাৰতে ৪ টা উইকেট হেৰুৱাই বিজয় সাৱ্যস্ত কৰে। ছাই হোপে ৬৩ ৰানত অপৰাজিত হৈ থাকি দলটোক বিজয়ী কৰে। মেচৰ শ্ৰেষ্ঠ হিচাপেও বিবেচিত হয় ৱেষ্ট ইণ্ডিজৰ অধিনায়কগৰাকী।

লগতে পঢ়ক: গুৰুতৰভাৱে অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য; ৰখা হৈছে ভেন্টিলেচনত

Apply Now

হোপে কিচি কৰ্টীৰ সৈতে তেওঁৰ ৯১ ৰানৰ পঞ্চম উইকেটৰ পাৰ্টনাৰশ্বিপ আছিল মেচখনৰ টাৰ্নিং পইণ্ট। কিচিয়ে ৪৮ ৰানত অপৰাজিত হৈ থাকে। শ্বাৰ্দুল ঠাকুৰৰ বাহিৰে ভাৰতৰ বাকী বলাৰসকল বিফল হয়।

টছত জয়ী হৈ হোপে ভাৰতক বেট কৰিবলৈ পঠিয়ায়। মেচখনত ৰোহিত শৰ্মা, বিৰাট কোহলীক জিৰণি দিয়া হয়। ঈশান কিষাণ-শুভমান গিলৰ যুটিৰ আৰম্ভণি ভাল আছিল। অপেনিং যুটিটোৱে প্ৰথম উইকেটত ৯০ ৰান সংযোজন কৰে। ৪৯টা বলত ৩৪ ৰান কৰি আউট হয় গিল। ঈশানৰ পৰা আহে আৰু এটি অৰ্দ্ধশতক। ৬টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৫৫টা বলত ৫৫ ৰান সংগ্ৰহ কৰে ঈষানে। এদিনীয়া মেচত এইটো তেওঁৰ পঞ্চম অৰ্দ্ধশতক।

লগতে পঢ়ক: এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ’ মেছেজ; কেনেদৰে কৰিব ব্যৱহাৰ?

ঈশান কিষানৰ আউটৰ লগে লগে আৰম্ভ হয় ভাৰতৰ বেটিং দুৰ্যোগ। মধ্যম ক্ৰমৰ সকলোৱে ফ্লপ হয়। সঞ্জু চেমচনে ৯, অক্ষৰ পেটেলে ১, হাৰ্দিক পাণ্ডিয়াই ৭ ৰান কৰে। সূৰ্যকুমাৰ যাদৱে অলপ চেষ্টা কৰিলেও ২৪ ৰানত আউট হয়। ভাৰতে মেচখনত বেটিং অৰ্ডাৰৰ ক্ষেত্ৰত অপ্ৰয়োজনীয়ভাৱে পৰীক্ষা-নিৰীক্ষা কৰিছিল। অক্ষৰক চাৰি নম্বৰলৈ পঠিয়াই সূৰ্য্যক ছয় নম্বৰলৈ নমাই অনা হয়। ভাৰতীয় বেটছমেনসকলে গোটেই ৫০ অভাৰেই খেলিব নোৱাৰিলে। ৪০.৫ অভাৰত ১৮১ ৰান সংগ্ৰহ কৰি অল আউট হয় দলটো।

ৱেষ্ট ইণ্ডিজে এই সোণালী সুযোগ নেহেৰুৱালে। ব্ৰেণ্ডন কিং, কাইল মেয়াৰ্ছে প্ৰথম উইকেটত ৫৩ ৰান সংযোজন কৰে। কিন্তু কম সময়ৰ ভিতৰতে ৪টা উইকেট হেৰুৱাই এটা সময়ত বিপদত পৰিছিল ৱেষ্ট ইণ্ডিজ। ছাই হোপে অধিনায়কৰ ইনিংছ খেলি দলটোক পুনৰ জয়ৰ পথলৈ আনে। ২টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৮০টা বলত ৬৩ ৰান কৰি অপৰাজিত হৈ থাকে। কিচি কাৰ্তিয়ে তেওঁক যোগ্য সংগ দিয়ে। তেওঁ ৬৫টা বলত ৪৮ ৰান সংগ্ৰহ কৰে।

লগতে পঢ়ক: ভাৰতত বাঘৰ সংখ্যা ৩৬০০ অতিক্ৰম; ৭৮৫ টা বাঘৰ সংখ্যাৰে দেশৰ শীৰ্ষত মধ্যপ্ৰদেশ

ৱেষ্ট ইণ্ডিজে ৩৬.৪ অভাৰত নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। শ্বাৰ্দুল ঠাকুৰে ৩টা উইকেট দখল কৰে।বাকী বলাৰ সকল বিফল হয়। বলিঙতো একাধিক পৰীক্ষা কৰিবলৈ গৈ ডুবিল ভাৰত। ৱেষ্ট ইণ্ডিজে শৃংখলাত সমতা স্থাপন কৰে। মঙলবাৰে অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ অন্তিমখন খেল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd