• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত বাঘৰ সংখ্যা ৩৬০০ অতিক্ৰম; ৭৮৫ টা বাঘৰ সংখ্যাৰে দেশৰ শীৰ্ষত মধ্যপ্ৰদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 8:30 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে প্ৰকাশ পোৱা ২০২২ চনৰ বাঘৰ লোকপিয়লৰ শেহতীয়া বিশ্লেষণ অনুসৰি বিশ্বৰ ৭৫% বাঘৰ সংখ্যা ভাৰতত আছে আৰু আনুমানিক ৩৬৮২ টা বাঘ বনত আছে। এই সংখ্যা এপ্ৰিল মাহৰ ৩,১৬৭ টাৰ হিচাপতকৈ যথেষ্ট বেছি পোৱা গৈছে।

উল্লেখ্য যে দেশৰ ভিতৰতে সৰ্বাধিক বাঘৰ সংখ্যা মধ্যপ্ৰদেশত। ২০১৮ চনত এই ৰাজ্যত বাঘৰ সংখ্যা আছিল ৫২৬টা। ২০২২ চনত ই ৭৮৫ লৈ বৃদ্ধি পায়। অৰ্থাৎ যোৱা চাৰি বছৰত ৰাজ্যত বাঘৰ সংখ্যা ২৫৯টা বৃদ্ধি পাইছে।

যোৱা চাৰি বছৰত মধ্যপ্ৰদেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ব্যঘ্ৰ দিৱসত টুইটযোগে এই মন্তব্য কৰে। কেন্দ্ৰীয় পৰিৱেশ আৰু বন্যপ্ৰাণী মন্ত্ৰী ভূপেন্দৰ যাদৱে এই সাফল্যৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।

Apply Now

ভাৰতীয় সংৰক্ষণ আৰু বন্যপ্ৰাণী কৰ্তৃপক্ষই ‘ষ্টেটাছ অৱ টাইগাৰ: কো প্ৰিডেটৰ এণ্ড প্ৰে ইন ইণ্ডিয়া’ শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সেই প্রতিবেদন অনুসৰি মধ্য প্রদেশত দেশৰ ভিতৰতে সর্বাধিক বাঘৰ সংখ্যা পোৱা গৈছে৷ বাঘৰ সংখ্যা হিচাপত কৰ্ণাটক (৫৬৩) আৰু উত্তৰাখণ্ড (৫৬০) ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

শিৱৰাজ সিং চৌহানে শনিবাৰে লিখিছে, ‘ৰাজ্যৰ জনসাধাৰণৰ লগতে বন বিভাগৰ সহায়ৰ বাবে মহান ফলাফল লাভ কৰা হৈছে। বৰ আনন্দৰ বিষয়। যোৱা চাৰি বছৰত ৰাজ্যত বাঘৰ সংখ্যা ৫২৬ৰ পৰা ৭৮৫লৈ বৃদ্ধি পাইছে।”

জানিব পৰা মতে, ২০০৬ চনত মধ্যপ্ৰদেশত বাঘৰ সংখ্যা আছিল ৩০০। তেতিয়াৰ পৰা মধ্যপ্ৰদেশত বাঘৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। বৰ্তমান মধ্যপ্ৰদেশত সৰ্বাধিক বাঘ আছে যদিও ২০১৪ চনত বাঘৰ সংখ্যাৰ ক্ষেত্ৰত কৰ্ণাটক আগবাঢ়ি আছিল। ২০১৪ চনত কৰ্ণাটকত বাঘৰ সংখ্যা আছিল ৪০৬টা। মধ্যপ্ৰদেশত আছিল ৩০০। কিন্তু ২০১৮ চনত মধ্যপ্ৰদেশে এই ক্ষেত্ৰত কৰ্ণাটকক অতিক্ৰম কৰিছে।

দেশৰ ৫৩টা ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত উত্তৰাখণ্ডৰ কৰবেট টাইগাৰ ৰিজাৰ্ভত সৰ্বাধিক ২৬০টা বাঘৰ সংখ্যাৰ তথ্য পোৱা গৈছে, তাৰ পিছতে আছে কৰ্ণাটকৰ বান্দীপুৰ (১৫০) আৰু নগৰহোলে (১৪১), মধ্যপ্ৰদেশৰ বান্ধৱগড় (১৩৫), উত্তৰ প্ৰদেশৰ দুধৱা (১৩৫)।

গঁড়ৰ বাবে পৰিচিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০৪টা বাঘৰ তথ্য পোৱা গৈছে আৰু পশ্চিম বংগ আৰু বাংলাদেশত বিস্তৃত সুন্দৰবনত ১০০টা ঢেকীয়াপতীয়া বাঘৰ তথ্য পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd