• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যাতায়তৰ সমস্যাত ভাৰাক্ৰান্ত বোকাখাতৰ অতি দুৰ্গম অঞ্চল টিপুজান গাওঁৰ ৫ শতাধিক শ্ৰমিক পৰিয়াল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এখন গুৰুত্বপূৰ্ণ চাহ বাগিচা হিচাপে পৰিগণিত বোকাখাতৰ নাহৰজান চাহ বাগিচা। বোকাখাত মহকুমাৰ ২১খন সৰু বৰ চাহ বাগিচাৰ অন্যতম এইখন চাহ বাগিচা।

এই নাহৰজান চাহ বাগিচাৰেই এখন শাখা বাগিচা টিপুজান চাহ বাগিচাৰ  শ্ৰমিক ৰাইজে দীৰ্ঘ দিনৰ পৰা ভুগি আহিছে নানা সমস্যাৰ লগতে যাতায়তৰ ভীষণ সমস্যাত।

Apply Now

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ দক্ষিণে থকা চিৰসেউজ কাৰ্বি পাহাৰৰ সীমামূৰীয়া তথা দুৰ্গম অঞ্চলত অৱস্থিত এই গাঁওখন।

ম’হ মাইকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁ খনত জীৱন ধাৰণৰ নূন্যতম সা সুবিধাৰ পৰাও বঞ্চিত বাগিচাখনৰ শ্ৰমিক সকল।

পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ লগতে আন বন্য জন্তুৱে দীৰ্ঘ দিনৰ পৰাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে সীমামূৰীয়া এই গাওঁ খনত। বিশুদ্ধ খোৱা পানী, চিকিৎসা সেৱা তথা ৰাস্তা-ঘাটৰ সমস্যাই জুৰুলা কৰি আহিছে গাওঁখনৰ প্ৰায় পাঁচ শতাধিক শ্ৰমিক পৰিয়ালক।

যাতায়ত ব্যৱস্থাৰ সমস্যা জৰ্জৰ হোৱাৰ বাবেই দুৰ্গম অঞ্চলটোলৈ সততে যাব নিবিচাৰে স্বাস্থ্য বিভাগৰ কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ বাহন। যাৰ বাবে জৰুৰীকালিন সময়ত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে চিকিৎসাৰ অভাৱত ৰোগী মৃত্যুৰ মুখত পৰাও ঘটনা সংঘটিত হৈ আহিছে অঞ্চলটোত।তাৰোপৰি পথৰ দুৰৱস্থাৰ বাবেই স্কুল কলেজলৈ যোৱা ছাত্র ছাত্ৰীয়ে ভীষণ সমস্যাৰ সন্মুখীন হৈ অহাৰ লগতে আধাতে বিদ্যালয় ত্যাগ কৰিব লগা হৈছে বহু ছাত্র ছাত্ৰীয়ে।

ইফালে কাৰ্যকালৰ ৭ টাকৈ বছৰ অতিক্ৰম কৰা বোকাখাতৰ বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাক বহুবাৰ আবেদন নিবেদন কৰিও আজিপৰ্যন্ত দুৰ্গম অঞ্চলটোৰ চাহ শ্ৰমিক ৰাইজে লাভ নকৰিলে এটা সুচল পথ। আনহাতে নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ ভোট বিচাৰি যোৱা বিধায়ক অতুল বৰাই  পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd