• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শাক-পাচলিৰ মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা; পৰিস্থিতিৰ বুজ ল’বলৈ পুৱাই দিল্লীৰ বজাৰত ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2023 1:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাহিলীপুৱা চাৰি বজাতে দিল্লীত পোনে পোনে বজাৰ পালেহি ৰাহুল গান্ধী। শাক-পাচলি বিক্ৰেতাসকলৰ লগত বহু সময় কথাও পাতিলে। তেওঁ শাক-পাচলিৰ দামকলৈ কৌতুহল প্ৰকাশ কৰে। প্রাক্তন সাংসদগৰাকীয়ে বিতংভাৱে জানিব বিচাৰে কোনবোৰ শাক-পাচলি কিমান বিক্ৰী কৰা হৈছে। কংগ্ৰেছে দলে নেতাগৰাকীৰ বজাৰ ভ্ৰমণৰ ভিডিঅ’ টুইট কৰে। উল্লেখ্য যে ৰাহুলে কিছুদিন পূৰ্বে ৰামেশ্বৰৰ এজন শাক-পাচলি বিক্ৰেতাৰ সৈতে কথা পাতিছিল।

সমগ্ৰ দেশতে দৈনিক অত্যাৱশ্যকীয় শাক-পাচলিৰ দাম দ্ৰুতগতিত বৃদ্ধি পাইছে। ক্ৰেতাৰ লগতে মূল্যবৃদ্ধিৰ বাবে শাক-পাচলি বিক্ৰেতাসকলো সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ ব্যৱসায় অহৰহ ক্ষতিগ্ৰস্ত হৈ আছে। এনে পৰিস্থিতিত ৰাহুল গান্ধীয়ে দিল্লীৰ আজাদপুৰ মণ্ডী পালেগৈ।

লগতে পঢ়ক: দুই সুন্দৰীৰ যুঁজ! আদালতত জেকলিনৰ বিৰুদ্ধে নতুন অভিযোগ নোৰাৰ

Apply Now

তেওঁ বিক্ৰেতাসকলৰ সৈতে শাক-পাচলিৰ দামৰ বিষয়ে আলোচনা কৰে। আজাদপুৰ মণ্ডী দেশৰ অন্যতম বৃহৎ শাক-পাচলিৰ বজাৰ। প্ৰাক্তন সাংসদগৰাকীয়ে তালৈ গৈ কিছু সময় ঘুৰি বজাৰ পৰিদৰ্শন কৰে।

দিল্লীৰ কেইবাটাও অঞ্চলত প্ৰতি কেজিত ২০০ টকাকৈ বিলাহী বিক্ৰী কৰা হৈছে। অন্য শাক-পাচলিৰ দাম ১০০ টকা অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত বিপাঙত পৰা সাধাৰণ জনতাৰ সমস্যাৰ বুজ ল’বলৈকে ৰাহুলৰ এই বজাৰ ভ্ৰমণ। তেওঁৰ ভিডিঅ’টো টুইট কৰি কংগ্ৰেছে কয়, ‘জননায়ক ৰাহুল গান্ধীয়ে আজাদপুৰ মণ্ডী ভ্ৰমণ কৰি ফল-মূল আৰু পাচলি বিক্ৰেতাসকলৰ সৈতে কথা পাতিছিল। কাৰণ তেওঁ মানুহৰ সমস্যা বুজি পায়।”

जननायक राहुल गांधी जी आज दिल्ली की आजादपुर मंडी में सब्जी और फल विक्रेताओं से मिले।

राहुल जी ने उनकी समस्याओं को जाना और समझा।

भारत जोड़ो यात्रा जारी है… 🇮🇳 pic.twitter.com/g0PuMD3tEi

— Congress (@INCIndia) August 1, 2023

উল্লেখ্য যে কিছুদিন পূৰ্বে তেওঁ আঁঠুৰ চিকিৎসাৰ বাবে কেৰালালৈ গৈছিল। সেই সময়ত তেওঁ ৰামেশ্বৰৰ এজন শাক-পাচলি বিক্ৰেতাক লগ পাইছিল। প্ৰায় কাতৰভাৱে তেওঁ কংগ্ৰেছ নেতাজনক কৈছিল, ‘বিলাহীৰ খুব দাম, সেয়ে কিনিবলৈ সামৰ্থ্য নাই। বিলাহী একেবাৰতে বিক্ৰী কৰিব পাৰিম নে নাই নাজানো। গুদামত ৰাখিব লগা হ’লে পুনৰ লোকচান হ’ব।” এই কথা-বতৰাৰ ভিডিঅ’টো টুইট কৰি ৰাহুলে লিখিছিল যে প্ৰশাসনে দেশখনক দুটা ভাগত বিভক্ত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd