• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্থনৈতিক সংকটে জন্মাইছে ব্যাঘাত! পথ প্ৰদৰ্শকৰ ৰূপত আছে চাণক্য নীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 7:01 am
347
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সমাজ-জীৱনত সদায়েই অনুকৰণীয় হৈ আহিছে আচাৰ্য চাণক্য। ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত হৈ থকা প্ৰতিটো আনুসংগিক দিশৰ ওপৰতে আচাৰ্য চাণক্যই দিকদৰ্শন কৰি গৈছে ভাৰতীয় সমাজক। চাণক্যই দেখুওৱা এই পথেৰে আগবাঢ়ি গ’লেই জীৱনৰ দুখ-কষ্টসমূহক সহজেই জয় কৰি প্ৰতিগৰাকী ব্যক্তি সাফল্যৰ দিশত অগ্ৰসৰ হয়।

চাণক্যৰ মতে যিজন ব্যক্তিয়ে প্ৰকৃত মনোনিৱেশ আৰু নিষ্ঠাৰে জীৱনৰ ক্ষেত্ৰখনত কাম কৰে, তেওঁ সদায় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। কিন্তু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত চূড়ান্ত সফলতা লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়, টকা উপাৰ্জনৰ ক্ষেত্ৰতো একেই কথা। চাণক্যই কয়, কষ্ট অবিহনে সফলতা নাহে।

যদি আপুনি জীৱনত দ্ৰুতগতিত সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনি বহুত ভাল পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে এটা বিশদ পৰিকল্পনা কৰক। পৰিকল্পনা কৰিলে আপোনাৰ কাম শেষ কৰাত সহায়ক হ’ব আৰু কামত সফল হ’লে আৰ্থিক সফলতা নিশ্চয় পাব।

সফল হ’বলৈ হ’লে জীৱনত অনুশাসন থাকিব লাগিব। যিসকলৰ জীৱনৰ কোনো ক্ষেত্ৰতে অনুশাসন নাই, তেওঁলোকে কেতিয়াও আকাংক্ষিত সফলতাৰ ওচৰ চাপিব নোৱাৰে। দেখা যায় যে অনুশাসন অনুসৰণ কৰাসকলে অতি সোনকালে আৰু সহজে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। মা লক্ষ্মীয়ে তেওঁলোকৰ প্ৰতি সদয় দৃষ্টিৰে চায়।

চাণক্যই অনুভৱ কৰিছিল যে উপাৰ্জিত ধনৰ এক বৃহৎ অংশ দুখীয়া মানুহক দান কৰিব লাগে। যিসকলে নিজৰ উপাৰ্জিত ধনৰ এটা অংশ দৰিদ্ৰ লোকক দান কৰে তেওঁলোকক মা লক্ষ্মীয়ে বিশেষ আশীৰ্বাদ প্ৰদান কৰে। কিন্তু উপাৰ্জিত ধনৰ অপব্যৱহাৰ কৰা মানুহৰ ওপৰত লক্ষ্মীৰ খং উঠে।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd