• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তুমুল হুলস্থুলৰ মাজতে লোকসভাত গৃহীত দিল্লী সেৱা বিধেয়ক; বিৰোধীৰ সদন ত্যাগ, নিলম্বিত আপ সাংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 7:51 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ মাজতে বৃহস্পতিবাৰে লোকসভাত গৃহীত হয় দিল্লী ৰাজধানী অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৩। বিধেয়কখনক লৈ দিনজোৰা বিতৰ্কৰ অন্তত লোকসভাত ধ্বনি ভোটেৰে বিধেয়কখন গৃহীত হয়। এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে সদন ত্যাগ কৰে।

ইয়াৰ পিছতে বিধেয়কখন বিবেচনাৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব। ৰাজ্যসভাত বিৰোধী দলৰ সংখ্যাগৰিষ্ঠ সাংসদ থকাৰ পাছতো বিধেয়কখন সহজে গৃহীত হোৱাৰ সম্ভাৱনা আছে৷ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই বিধেয়কখনৰ বিৰোধিতা কৰিলেও নবীন পাটনায়কৰ বিজু জনতা দল আৰু জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিয়ে বিধেয়কখনক সমৰ্থন কৰাৰ সিদ্ধান্ত লয়।

এই বিধেয়কখন আইনত পৰিণত হ’লে দিল্লীত আমোলা নিযুক্তি আৰু বদলিৰ ক্ষমতা হেৰুৱাব দিল্লীৰ নির্বাচিত চৰকাৰে৷ এই ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব।

Apply Now

লগতে পঢ়ক: স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত অমিত শ্বাহে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত উল্লেখ কৰা হৈছে যে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সৈতে জড়িত যিকোনো বিষয়ত সংসদৰ আইন প্ৰণয়নৰ অধিকাৰ আছে। ইয়াৰ উপৰিও সংবিধানত কেন্দ্ৰক দিল্লীৰ বাবে আইন প্ৰণয়ন কৰিবলৈও অনুমতি দিয়া হৈছে।

তেওঁ লগতে কয় যে আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতাৰ বাবে ‘ইণ্ডিয়া’ৰ মিত্ৰ দলসমূহে দিল্লী সেৱা বিধেয়কৰ বিৰোধিতা কৰিছে। তেওঁ আৰু অভিযোগ কৰে যে আপৰ একমাত্ৰ লক্ষ্য হৈছে ভিজিলেন্স বিভাগৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰখা, যাতে বাংলো নিৰ্মাণৰ দৰে দুৰ্নীতি লুকুৱাই ৰাখিব পাৰে।

দিল্লী সেৱা বিধেয়কৰ আলোচনাত আম আদমি পাৰ্টিৰ একমাত্ৰ লোকসভা সাংসদ সুশীলকুমাৰ ৰিংকুক লোকসভাত নিলম্বন কৰা হয়। তেওঁৰ বিৰুদ্ধে অধ্যক্ষৰ চকীত কাগজ নিক্ষেপ কৰাৰ অভিযোগ উঠিছে। সমগ্ৰ অধিৱেশনৰ বাবে নিলম্বন কৰা হৈছে আপ সাংসদগৰাকীক। ইয়াৰ পূৰ্বে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ৰাজ্যসভাত অনুচিত আচৰণৰ বাবে নিলম্বন কৰা হৈছিল।

লগতে পঢ়ক: পঢ়াত মানসিক চাপ! কোটাত পুনৰ উদ্ধাৰ NEET প্ৰত্যাশী ছাত্ৰৰ মৃতদেহ

বৃহস্পতিবাৰে দিল্লী ৰাজধানী অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ২০২৩ৰ লগতে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক ২০২৩ৰ নামো লোকসভাত তালিকাভুক্ত কৰে। এই বিষয়ত সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধীয়ে বৈঠকৰ পৰা ওলাই আহে। এই বিধেয়কখনকলৈয়ো সংসদৰ দুয়োটা সদনতে উত্তেজনা বৃদ্ধি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd