• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীলৈ সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ বদৌচা সমন্বয় বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2018 9:38 pm
162
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বদৌচা সমন্বয় ক্ষেত্ৰত আজি সদৌ অসম মৰাণ ছাত্ৰ সন্থাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বদৌচা সমন্বয় বঁটা প্ৰদান কৰে।

মৰাণ ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে আয়োজিত এই অনুষ্ঠানত বঁটা গ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে কয়, ‘আমাৰ পূৰ্বপুৰুষে প্ৰতিষ্ঠা কৰি থৈ যোৱা জাতীয় মান আৰু স্বভিমানক সুৰক্ষিত কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰ দায়বদ্ধ।

‘বদৌচা আৰু চাওলুং চ্যুকাফাই যি সমন্বয়ৰ আদৰ্শ দেখুৱাই গৈছে  সেই আদৰ্শ যুগে যুগে অমৰ হৈ থাকিব।‘-তেওঁ কয়।

ইয়াৰ উপৰি তেওঁ মৰাণ ছাত্ৰ সন্থাই অসমৰ জাতীয় জীৱন শক্তিশালী কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি মৰাণ জনগোষ্ঠীক বিভিন্ন  দিশত আগুৱাই নিয়াৰ বাবে সংগঠনটোৱে গ্ৰহণ কৰা কাৰ্যসূচী প্ৰতি চৰকাৰে সকলো সহয়-সহযোগিতা আগবঢ়াব বুলি কয়।

মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতিৰ মতে, অনুষ্ঠানত তেওঁ ধলা-শদিয়া দলঙৰ সমীপত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱ সমূহ তুলি ধৰি ‘ড০ ভূপেন হাজৰিকা উত্তৰ-পূৰ্বাঞ্চল একতা ভৱন’ নামেৰে এটা সমন্বয় ভৱন নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।

আজিৰ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ ৰামেশ্বৰ তেলী, সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণ জ্যোতি গগৈ, সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ প্ৰমুখ্যে সংগঠনটোৰ বিষয়ববীয়া, কেইবাগৰাকী বিধায়ক আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

Recent News

বন্ধ নহয়উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয়উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd