• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 11:47 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

524
VIEWS
Share on FacebookShare on Twitter

জাৰ্মানীৰ ডাচেলডৰ্ফত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা। আমেৰিকাই নিৰ্মাণ কৰা এই বোমাটোৰ ওজন প্ৰায় ৫০০ কিলোগ্ৰাম।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই তাত বোমাটো নিক্ষেপ কৰিছিল। অৱশ্যে সেই সময়ত তাৰ  বিস্ফোৰণ হোৱা নাছিল। ইমান দিনৰ মূৰত সেইটো উদ্ধাৰ হৈছে।

বোমাটো উদ্ধাৰক লৈ স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে বোমাটো উদ্ধাৰ কৰে।

অগ্নিনিৰ্বাপক বাহিনীয়ে বোমাটো নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলাইছে। কিন্তু তাৰ পূৰ্বে প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ইপিনে, ডাচেলডৰ্ফৰ প্ৰশাসনে কয় যে কোনো কাৰণত বিস্ফোৰণ হ’লে স্থানীয় লোকৰ কোনো ক্ষতি নহয় বুলি নিশ্চিত কৰা হৈছে।

আনহাতে, স্থানীয় ৰাইজক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ উপৰিও কেইবাটাও পথো বন্ধ কৰি দিয়ে আৰক্ষীয়ে। কিছুমান ট্ৰামৰ পথ বন্ধ কৰি দিয়া হৈছে। সকলো পথতে যান-বাহন চলাচলৰ অনুমতি দিয়া নাই। কিছুমান দীৰ্ঘ দূৰত্বৰ ৰে’লৰ চলাচলো বাতিল কৰা হৈছে।

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যদি বোমাটো বিস্ফোৰণ হয় তেন্তে ভয়ংকৰ ঘটনা সংঘটিত হ’ব। সেয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ পূৰ্বেও জাৰ্মানীত দ্বিতীয় বিশ্বযুদ্ধৰ বোমা উদ্ধাৰ কৰা হৈছিল। ২০২০ চনত ফ্ৰেংকফৰ্টত উদ্ধাৰ হৈছিল ব্ৰিটেইনত নিৰ্মিত এটা বোমা। সেইবাৰো বহু হাজাৰ লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল। বোমাটো পিছত নিষ্ক্ৰিয় কৰা হয়।

Recent News

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd