• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাগাৰত ‘সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত’ কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 2:20 pm
কাৰাৰুদ্ধ প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী   ইমৰাণ খান। ফটো: সংগ্ৰহীত।

কাৰাৰুদ্ধ প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খান। ফটো: সংগ্ৰহীত।

1k
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰত থকা সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। ইমৰাণৰ অধিবক্তা নিয়াম হাইদৰ পানজোথাৰে সোমবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত এই দাবী উত্থাপন কৰে।

ইছলামবাদৰ আদালতে শনিবাৰে ইমৰানক দুৰ্নীতিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। শাস্তি ঘোষণাৰ পিছদিনা ইমৰাণক লাহোৰৰ জামান পাৰ্কৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক পঞ্জাৱৰ কুখ্যাত এট’ক জেললৈ প্ৰেৰণ কৰা হয়। ইয়াত ৰখা বন্দীসকলৰ ভিতৰত দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদীও আছে।

লগতে পঢ়ক: পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি! ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল; ১২টা সৌকাৰ কোব

পাকিস্তান তেহৰিক-ই-ইনছাফৰ দলৰ মুৰব্বী অধিবক্তা নিয়ামে ইমৰানক এট’ক কাৰাগাৰত বন্দী কৰি ৰখা বিষয়টো ‘অবৈধ’ বুলি ঘোষণা কৰাৰ লগতে তেওঁক  ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰৰ আৰ্জি জনাই ইছলামবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।

একেখন আৱেদনতে ইমৰান খানক কাৰাগাৰত প্ৰথম (এ) শ্ৰেণীৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আবেদনখনত কোৱা হৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৯৯ বৰ্গফুট জোখৰ এটা কোঠাত ৰখা হৈছে। তেওঁৰ কোঠাৰ লগত সংলগ্ন শৌচাগাৰটো লেতেৰা। চেলটোও লেতেৰা। সাধাৰণতে এই চেলটো সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত থাকে।

১৯০৫ চনৰ পৰা ১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰিছিল এট’ক কাৰাগাৰ। এইটো ৬৭ একৰ মাটিত নিৰ্মাণ কৰা হৈছে। আবেদনখনত কোৱা হৈছে যে কু-অভিপ্ৰায় আৰু চৰকাৰী হেঁচাত ইমৰাণক কাৰাগাৰত গুৰুতৰ অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে।

লগতে পঢ়ক: জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

তেওঁৰ অধিবক্তা নিয়ামক সোমবাৰে বিয়লি জেলত ইমৰাণক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হয়। কাৰাগাৰত ১ ঘণ্টা ৪৫ মিনিট সময় কথা পাতিছিল দুয়োজনে। এই বৈঠকৰ অন্তত অধিবক্তা নিয়ামে কয় যে এই সকলোবোৰৰ মাজতো ইমৰাণৰ মনোবল শক্তিশালী হৈ আছে।

Recent News

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd