• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰত ‘সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত’ কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 2:20 pm
কাৰাৰুদ্ধ প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী   ইমৰাণ খান। ফটো: সংগ্ৰহীত।

কাৰাৰুদ্ধ প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খান। ফটো: সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰত থকা সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। ইমৰাণৰ অধিবক্তা নিয়াম হাইদৰ পানজোথাৰে সোমবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত এই দাবী উত্থাপন কৰে।

ইছলামবাদৰ আদালতে শনিবাৰে ইমৰানক দুৰ্নীতিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। শাস্তি ঘোষণাৰ পিছদিনা ইমৰাণক লাহোৰৰ জামান পাৰ্কৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক পঞ্জাৱৰ কুখ্যাত এট’ক জেললৈ প্ৰেৰণ কৰা হয়। ইয়াত ৰখা বন্দীসকলৰ ভিতৰত দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদীও আছে।

লগতে পঢ়ক: পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি! ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল; ১২টা সৌকাৰ কোব

Apply Now

পাকিস্তান তেহৰিক-ই-ইনছাফৰ দলৰ মুৰব্বী অধিবক্তা নিয়ামে ইমৰানক এট’ক কাৰাগাৰত বন্দী কৰি ৰখা বিষয়টো ‘অবৈধ’ বুলি ঘোষণা কৰাৰ লগতে তেওঁক  ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰৰ আৰ্জি জনাই ইছলামবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।

একেখন আৱেদনতে ইমৰান খানক কাৰাগাৰত প্ৰথম (এ) শ্ৰেণীৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আবেদনখনত কোৱা হৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৯৯ বৰ্গফুট জোখৰ এটা কোঠাত ৰখা হৈছে। তেওঁৰ কোঠাৰ লগত সংলগ্ন শৌচাগাৰটো লেতেৰা। চেলটোও লেতেৰা। সাধাৰণতে এই চেলটো সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত থাকে।

১৯০৫ চনৰ পৰা ১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰিছিল এট’ক কাৰাগাৰ। এইটো ৬৭ একৰ মাটিত নিৰ্মাণ কৰা হৈছে। আবেদনখনত কোৱা হৈছে যে কু-অভিপ্ৰায় আৰু চৰকাৰী হেঁচাত ইমৰাণক কাৰাগাৰত গুৰুতৰ অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে।

লগতে পঢ়ক: জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

তেওঁৰ অধিবক্তা নিয়ামক সোমবাৰে বিয়লি জেলত ইমৰাণক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হয়। কাৰাগাৰত ১ ঘণ্টা ৪৫ মিনিট সময় কথা পাতিছিল দুয়োজনে। এই বৈঠকৰ অন্তত অধিবক্তা নিয়ামে কয় যে এই সকলোবোৰৰ মাজতো ইমৰাণৰ মনোবল শক্তিশালী হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am
এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

September 19, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd