• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইশ্বৰৰ ইচ্ছাতেই পৰ্ণগ্ৰাফীৰ কেৰিয়াৰ! দাবী শিক্ষকৰ পৰা পৰ্ণষ্টাৰ হোৱা কৰ্টনী টিলিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2023 9:22 pm
Porn Courtney Tillia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ সমাজত অপৰাধৰ দৃষ্টিৰে লক্ষ্য কৰিলেও চলচ্চিত্ৰ উদ্যোগৰ দৰেই পৰ্ণগ্ৰাফীৰ উদ্যোগ যথেষ্ট ডাঙৰ। এই উদ্যোগত জড়িত হৈ আছে বহু তাৰকা অভিনেতা-অভিনেত্ৰী। বিশ্বত পৰ্ণগ্ৰাফী জগতৰ তাৰকাসমূহৰ ভিতৰত অন্যতম এগৰাকী আগশাৰীৰ তাৰকা হৈছে কৰ্টনী টিলিয়াৰ।

পৰ্ণ জগতত বিশেষ খ্যাতি থকা কৰ্টনী শেহতীয়া এক মন্তব্যৰে চৰ্চালৈ আহিছে। পৰ্ণষ্টাৰগৰাকীৰ দাবী, পৰ্ণগ্ৰাফী কেৰিয়াৰ তেওঁৰ নিজৰ পচন্দ হিচাপে বাচি লোৱা নহয়। ইশ্বৰৰ ইচ্ছাতহে নগ্নতাৰ জৰিয়তে মানুহৰ মনোৰঞ্জনৰ বাবে তেওঁ পৰ্ণগ্ৰাফীৰ কেৰিয়াৰ আৰম্ভ কৰিছে!

Apply Now

ইশ্বৰৰ নিৰ্দেশনা মানিহে বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ চাকৰি এৰি পৰ্ণগ্ৰাফীৰ জগতলৈ আহিছিল বুলি দাবী কৰিছে কৰ্টনীয়ে। শিক্ষকতা এৰি পৰ্ণগ্ৰাফীক কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ উদাহৰণ যথেষ্ট আছে পৰ্ণ উদ্যোগত। কিন্তু কোনেও ঈশ্বৰৰ আজ্ঞাত তেনে কৰা বুলি দাবী কৰা নাছিল।

সেয়ে কৰ্টনীৰ দাবীয়ে স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিভিন্ন যৌনোদ্দীপক ভংগীমাৰে দৰ্শকক যৌন মনোৰঞ্জন! ঈশ্বৰে সঁচাকৈয়ে এনে নিৰ্দেশনা দিব পাৰেনে? কৰ্টনীৰ কথা শুনি বহুতৰে মনলৈ আহিছিল সেই প্ৰশ্ন।

পিছে এনে প্ৰশ্নলৈ কোনো আগ্ৰহ নাই কৰ্টনীৰ। তেওঁৰ দাবী, বহুদিন ধৰি পৰ্ণষ্টাৰ হিচাপে কাম কৰাৰ পিছত তেওঁ এই কথা উপলব্ধি কৰিছে। পৰ্ণষ্টাৰগৰাকীৰ দাবী, মানুহ জন্মতে এটা নিৰ্দিষ্ট উদ্দেশ্য লৈ হয়। তেওঁৰ ক্ষেত্ৰত এই লক্ষ্য হৈছে যৌনতাৰ দ্বাৰা আনক মনোৰঞ্জন দিয়া।

অৱশ্যে প্ৰথমে এই কাম তেওঁৰ বাবে সহজ নাছিল বুলি দোহাৰিছে কৰ্টনীয়ে। অধ্যয়নৰ জগতখন এৰি সম্পূৰ্ণ বেলেগ এখন পৃথিৱীত ভৰি দি কৰ্টনী অত্যন্ত ভীতিগ্ৰস্ত হৈ পৰিছিল। কিন্তু তেওঁ ভাবি লৈছিল যে এই কাম ঈশ্বৰৰ ইচ্ছা অনুসৰি কৰিব লাগিব। গতিকে এতিয়া আৰু তেওঁৰ সেই ভয় নাই।

এই ভাৱ অহাৰ পিছতেই তেওঁ ৰাজহুৱা স্থানত, কেমেৰাৰ সন্মুখত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ কুণ্ঠাবোধ নকৰে। বৰং তেওঁ এতিয়া পৰ্ণ জগতখনত ইমানেই সাৱলীল যে দৰ্শকসকলেও তেওঁক পৰ্দাত দেখি ভাল পায়। এইবাবেই এতিয়া যথেষ্ট জনপ্ৰিয় কৰ্টনী।

প্ৰথমতে তেওঁ কেইবাটাও প্ৰাপ্তবয়স্ক চাইটত ভিডিঅ’ দিছিল। তাত জনপ্ৰিয়তা লাভ কৰাৰ পিছত কৰ্টনীয়ে পৰ্ণৰ জগতখনত ভৰি দিয়াৰ সিদ্ধান্ত লয়। পৰ্ণ ষ্টাৰগৰাকীয়ে বিশ্বাস কৰে যে তেওঁ ভৱিষ্যতেও এইদৰে পৰ্ণগ্ৰাফীৰ পৰ্দাত দপদপনি তুলিব পাৰিব।

আন বহু লোকৰ দৰে কৰ্টনীয়ে পৰ্ণ জগতখন বেয়া বুলি নাভাবে। কৰ্টনীৰ মতে, ঈশ্বৰৰ ইচ্ছাত তেওঁ পৰ্ণৰ জগতখনত ভৰি দিছে, গতিকে কৰ্টনীয়ে ভাবে যে ভৱিষ্যতেও তেওঁৰ বিকাশত ঈশ্বৰৰ আশীৰ্বাদ অব্যাহত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd