• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমুখত সুৰা, থমা নাই মন; আকৌ হেংঅ’ভাৰৰ ভয়! কিদৰে আঁতৰাই ৰাখিব হেংঅ’ভাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2023 4:56 pm
hangover
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মব্যস্ততাৰ মাজতে, দৈনিক অফিচৰ কামৰ হেঁচাই আনি দিয়া অৱসাদ আঁতৰাবৰ বাবে বন্ধুবৰ্গৰ লগত সুৰাৰ এক ৰসাল আড্ডা হ’ব পাৰে এক বিনোদনৰ পৰ্ব। পিছে আকৌ অত্যধিক সুৰাপান কৰিলে পুৱালৈ থাকিব হেংঅ’ভাৰৰ যাতনা। এইহেন যাতনাক আপুনি আঁতৰাই ৰাখিব কিদৰে?

আটাইতকৈ সহজ দিহা হ’ল— মদ নাখাব, খালে কমকে খাব; নহ’লে মাজে মাজে পানী খাই থাকিব। কিন্তু, সকলোৰে কাৰণেতো কথাটো তেনে নহয়!

পাৰ্টি যেতিয়া সুৰা খাবই লাগিব, কমকে নহয় হিয়া জুৰাই খাব লাগিব, নিচাৰোতো আছে এক সুকীয়া নিচা!!

আহক চাওঁ, হেংঅ’ভাৰ গুচাবলৈ বিজ্ঞান-নিৰ্ধাৰিত কিবা ৰাস্তা আছে নেকি? ৰক্ষা, আছে! গৱেষকে ইয়াৰো চিন্তা চলাই আছে।

আমেৰিকাৰ ৰ’ড আইলেণ্ডৰ ব্ৰাউন ইউনিভাৰ্ছিটিৰ এদল গৱেষকে ইয়াৰ ওপৰত গৱেষণা চলাইছে আৰু কিছু তথ্য বাহিৰ কৰিছে।

তেওঁলোকৰ গৱেষণাপত্ৰত কোৱা হৈছে, হেংঅ’ভাৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে মদত থকা কনজিনাৰ (Congener)ৰ।

কনজিনাৰ কি? ই হৈছে মদ প্ৰস্তুতি পৰ্বত বাহিৰ হোৱা এবিধ উপজাত দ্ৰৱ্য।

মদত কনজিনাৰৰ মাত্ৰা যিমানে বেছি থাকে, সিমানে তাৰ হেংঅ’ভাৰৰ কোবো বেছি হয়।

পিছে মদ খাবহে, গৱেষণাটো নকৰে; কেনেকে জানিব কোনটো মদত কিমান সেইটো, মানে কনজিনাৰ থাকে?

চিম্পল! মদৰ ৰঙেই আপোনাক দিব কনজিনাৰৰ পৰিমাণৰ সম্ভেদ। যি মদ অধিক ৰঙীন তাত কনজিনাৰৰ মাত্ৰাও অধিক।

অৰ্থাৎ ৰে’দ ৱাইন বা আনকি বিয়েৰ বা ৱিস্কি, ব্ৰেন্দি বা ৰামত কনজিনাৰ বেছি, কিন্তু ৱাইট ৱাইন বা ৱদকা বা জিনত কনজিনাৰ কম।

বহুটো আন গৱেষকে পিছে ইয়াক সিদ্ধান্তদায়ী গৱেষণা বুলি মানিব খোজা নাই। মদত থকা আন কিছুমান দৱ্য যেনে—হিস্তামিন, চালফাইট আদিৰ ভূমিকাৰ কথাও তেওঁলোকে কৈছে।

কৈছে বয়স আৰু ব্যক্তিভেদৰ কথাও, বুঢ়া মানুহৰ হেংঅ’ভাৰ বেছি হয়। হ’ব আৰু! খোৱা বস্তুক লৈ কিমান পঢ়িব, খোৱাতোহে মেইন।

তথাপি বিধিসন্মত সতৰ্কীকৰণ: মদ্যপান স্বাস্থ্যৰ পক্ষে হানিকাৰক। হেংঅ’ভাৰৰ চিন্তা আঁতৰোৱাতকৈ পাৰিলে সুৰাৰ মায়াৰ পৰাই আঁতৰি আহক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd