• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লৰ এ চি ডবাত হঠাৎ অসুস্থ ইজনৰ পিছত সিজন যাত্ৰী, মৃত্যু ২ জনৰ! ৰহস্য মৃত্যুক লৈ চাঞ্চল্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 21, 2023 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লত উঠালৈকে সম্পূৰ্ণ সুস্থ আছিল। কিন্তু ৰে’লখন চলাৰ লগে লগে সকলো সলনি হৈ গ’ল। চলন্ত ৰে’লত হঠাৎ অসুস্থ হৈ পৰে এগৰাকী মহিলা। সকলোৱে তেওঁৰ খবৰ লোৱাত ব্যস্ত হৈ থকাৰ সময়তে আন এজন বয়স্ক লোক অসুস্থ হৈ পৰিল। এজন এজনকৈ প্ৰায় দহজন যাত্ৰী অসুস্থ হৈ পৰিল।

আৰ পি এফ আৰু ৰে’লৱেৰ বিষয়াসকল সহায় কৰিবলৈ আহিল যদিও বহু দেৰি হৈছিল। ৰে’লৰ ভিতৰতেই দুজন যাত্ৰীৰ মৃত্যু হ’ল। আন কমেও ছয়জন অসুস্থ। ৰে’লখনত থকা যাত্ৰীসকলৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আগ্ৰাত চাঞ্চল্যৰ  সৃষ্টি হৈছে।

লগতে পঢ়ক: নিজ গুণেৰে উজলিল ঋতুৰাজ-ৰিংকু; আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টী-২০ জয়েৰে ছিৰিজ দখল ভাৰতৰ

Apply Now

জানিব পৰা মতে, দেওবাৰে পাটনা-কোটা এক্সপ্ৰেছত সংঘটিত হয় এই ঘটনা। ৰে’লৱেৰ বিষয়াসকলক জনোৱা হয় যে ৰে’লত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো অসুস্থ। ইয়াৰ পিছতে অসুস্থ যাত্ৰীসকলক আগ্ৰা ষ্টেচনত ততাতয়াকৈ নমাই ৰে’লৱে হস্পিতাললৈ লৈ যোৱা হয়।

কিন্তু কিদৰে যাত্ৰীসকল অসুস্থ হৈ পৰিল আৰু দুজনৰ মৃত্যু হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অসুস্থ আৰু মৃত যাত্ৰীকেইজন একেলগে যাত্ৰা কৰিছিল। ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা ৯০ জনীয়া এটা দলে পাটনা-কোটা এক্সপ্ৰেছৰ এ চি কম্পাৰ্টমেণ্টত যাত্ৰা কৰিছিল। হঠাৎ ৰে’লৱেৰ হেল্পলাইন নম্বৰত ফোন আহিল। ৰে’লৰ এচি ৰুমত একাংশ যাত্ৰী অসুস্থ হৈ পৰা বুলি জানিব পৰা গ’ল।

লগতে পঢ়ক: দীৰ্ঘজীৱন লাভৰ বাবে কেইটামান কিটিপ, এতিয়াই পঢ়ি লওঁক

ৰে’লখন আগ্ৰা কেণ্টনমেণ্ট ষ্টেচন পাওঁতে চিকিৎসক আহে। এগৰাকী ৬২ বছৰীয়া মহিলা আৰু এজন ৬৫ বছৰীয়া পুৰুষক চিকিৎসকে মৃত ঘোষণা কৰে। বাকী অসুস্থ যাত্ৰীসকলৰ ভিতৰত ৫জনক ৰে’লৱে হাস্পতালত ভৰ্তি কৰা হৈছে, এজনক এছ এন মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

প্ৰাথমিক তদন্তৰ পৰা যাত্ৰী দুজনৰ ফুড পইজনিং বা ডিহাইড্ৰেচনৰ ফলত মৃত্যু হোৱা বুলি যদিও প্ৰকাশ পাইছে, তথাপিও মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি উত্তৰ কেন্দ্ৰীয় ৰে’লৱেৰ আগ্ৰা সংমণ্ডলৰ জনসংযোগ বিষয়া প্ৰশস্তি শ্ৰীবাস্তৱে জানিবলৈ দিয়ে।

লগতে পঢ়ক: ফুটপাথত পাচলি কিনি ইউপিআইত ধন পৰিশোধ কৰি ভাৰতৰ ডিজিটেল অৰ্থনীতি ব্যৱস্থাত আপ্লুত জাৰ্মান মন্ত্ৰী

জানিব পৰা মতে, সেই পথত দুষ্কৃতিকাৰীৰ এটা দলে খাদ্য, বিশেষকৈ মিঠাইত বিষ মিহলাই যাত্ৰীসকলক লুটপাত কৰে। এই ঘটনাৰ আঁৰত ‘জেহেৰ খুৰানি’ নামৰ গেংটো আছে নেকি তাৰো তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd