• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেলত গৈ শৌচাগাৰ পৰিষ্কাৰ কৰিছিল চলমান খানে! নিজ মুখেই সোঁৱৰিলে অতীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 1:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা ছলমান খান। তিনি দশক ধৰি বলীউড চলচ্চিত্ৰ জগতৰ একচত্ৰী অভিনেতা চলমান খান। কেৰিয়াৰত তেওঁ দৰ্শকক এখনেৰ পিছত এখনকৈ হিট চিনেমা উপহাৰ দিছে।

বৰ্তমান তেওঁ কোটি কোটি টকাৰ মালিক। কিন্তু আপুনি জানেনে যে ইমান ডাঙৰ ছুপাৰষ্টাৰ নায়ক হোৱাৰ পিছতো জেলত থকা অৱস্থাত তেওঁ শৌচাগাৰ চাফা কৰিবলগীয়া হৈছিল? বিগ বছৰ মঞ্চত তেওঁ এই কথা স্বীকাৰ কৰিছিল।

Apply Now

চলিত বৰ্ষত ছলমানৰ প্ৰথমখন ছবি মুক্তি পোৱাৰ পিছত বক্স অফিচত আৰু অনুৰাগীৰ মনত কোনো স্থান দখল কৰিব পৰা নাছিল। ‘কিছি কা ভাই কিছি জান’ চিনেমাখন আৰ্থিকভাৱে ইমান সফল নহ’ল। কিন্তু পৰৱৰ্তী ছবিখনক লৈ আশাবাদী ছলমান। ইয়াৰ উপৰিও তেওঁ এতিয়া বিগ বছৰ অ’টিটি আয়োজন কৰাত ব্যস্ত। আৰু সেই মঞ্চতে ভাইজানে নিজৰ জীৱনৰ এক চৰম সত্য উদঙাই দিলে।

উল্লেখ্য যে, বিগ বছৰ ২ৰ গ্ৰেণ্ড ফিনালেত মহেশ ভাটৰ কন্যা পূজা ভাট স্থান লাভ কৰে। মহেশ ভাটৰ কন্যাই প্ৰথম অৱস্থাত শীৰ্ষ পাঁচটা স্থানৰ পৰা বাদ পৰিছিল। অৱশ্যে বাহিৰ হোৱাৰ পূৰ্বে মহেশৰ কন্যাক প্ৰশংসা কৰি ছলমানে কয় যে শৌচাগাৰ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত পূজাৰ উন্মাদনা সঁচাকৈয়ে প্ৰশংসনীয়।

ইয়াৰ পিছত নিজৰ জীৱনৰ উদাহৰণ দি ছলমানে কয়, ‘বৰ্ডিং স্কুলত থাকোঁতে মই নিজেই শৌচাগাৰ চাফা কৰিছিলোঁ। আনকি, জেলত থকাৰ সময়তো একে কাম কৰিবলগীয়া হৈছিল। সৰুৰে পৰা মোৰ নিজৰ কামত অভ্যস্ত আছিলোঁ। আচলতে কোনো কামেই মোৰ বাবে বৰ ডাঙৰ বা সৰু নহয়।

উল্লেখ্য যে, ১৯৯৮ চনত যোধপুৰত এখন ছবিৰ শ্বুটিংৰ সময়ত ছলমান খানে দুটা ব্লেকবাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ব্লেকবাক চোৰাং চিকাৰৰ গোচৰত যোধপুৰ আদালতে ছলমান খানক ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পিছত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে অভিনেতাজনে। গোচৰটো এতিয়াও আদালতত বিচাৰাধীন হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd