• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শোচনীয় পথৰ বাবে বিধায়ক বৃন্দাবন গোস্বামীৰ বিৰূদ্ধে ক্ষোভ উজাৰিলে সমষ্টিৰ ৰাইজে

প্ৰনৱ কুমাৰ দাস by প্ৰনৱ কুমাৰ দাস
May 7, 2018 6:41 pm
People protest against local MLA for bad road
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ পৌৰ সভা আৰু মা্জগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজগাঁও আৰু ঘৰপাৰা চুবুৰী আৰু ৱাৰ্ড নং ১৬ৰ বাসিন্দাসকলে স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সমষ্টিটোৰ বাসিন্দাসকলে অভিযোগ কৰা মতে বিধায়ক গোস্বামীৰ সমষ্টিটোৰ ৰাষ্টা-ঘাটকে আদি কৰি অন্যন্য বিকাশমূলক কাম-কাজ কৰাৰ প্ৰতি আগ্ৰহ নাই।

স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীৰ বাসভৱনৰ দুয়ো ফালৰ পৰা ছেক্ৰেড হাৰ্ট হাই স্কুল, শংকৰদেৱ শিশু নিকেতন আৰু ঘৰপাৰা চুবুৰী নিম্ন প্ৰাথমিক বিদ্যালয়ক প্ৰধান পথটোৰ সৈতে সংযোগ কৰা পথটো ব্যৱহাৰ কৰা অবস্থা ছাত্ৰ-ছাত্ৰী আৰু অন্য পথচাৰীৰ বাবে অত্যন্ত শোচনীয় হৈ পৰিছে।

Apply Now

এসময়ৰ সৌন্দৰ্যশালী চহৰ তেজপুৰে আজি শোচনীয় পথৰ বাবে মানুহক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে। তাৰোপৰি, পৌৰসভা আৰু গাঁও পঞ্চায়ত দুয়োটাৰে অন্তৰ্গত অন্যন্য সংযোগী পথসমূহো বিগত ২০ বছৰ ধৰি লাভ কৰি অহা অমনোযোগিতাৰ ফলত শোচনীয় হৈ পৰিছে।

প্ৰতিবাদীসকলে ঘৰপাৰা চুবুৰী আৰু মাজগাঁওৰ পৰা ছেক্ৰেড হাৰ্ট হাইস্কুললৈ সংযোগ কৰা পথটো বিদ্যালয় চলি থকা ২ ঘণ্টা সময় ৰূদ্ধ কৰি ৰাখি ‘বৃন্দাবন গোস্বামী হায় হায়, বৃন্দাবন গোস্বামী গো বেক’ আদি শ্লোগানৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। পাছত জিলা প্ৰশাসনৰ লোক লোক আহি স্থানীয় লোকক আশ্বাস দি পৰিস্থিতি শান্ত কৰে। বাৰিষাৰ আগে আগে পথটো মেৰামতি কৰাৰ বাবে দাবী জনাই প্ৰতিবাদী জনতাই সদৰৰ চক্ৰ বিষয়াৰ জৰিয়তে শোনিতপুৰ জিলাৰ উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

বাৰিষা এই পথটো পথচাৰী আৰু গাড়ীত অহা সকলোৰে বাবে ভাবুকি হৈ পৰে। পথৰ মাজত হোৱা একাঁঠু দ’ গাঁতৰ বাবে দুৰ্ঘটনা এই পথটোত এটা নৈমিত্যিক ঘটনা হৈ পৰিছে যদিও কোনেও এই বিষয়ত মূৰ ঘমোৱা নাই। বিগত ১৫ৰ পৰা ২০ বছৰ ধৰি তেজপুৰ বিধানসভা সমষ্টিটোৰ বহু আকাংখ্যিত বিকাশৰ প্ৰতিটো ক্ষেত্ৰতে এটা অচলাৱস্থা প্ৰত্যক্ষ কৰি জনসাধাৰণে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এতিয়ালৈকে কোনো কাম হৈ নুঠাত মানুহৰ আশা ক্ৰমে ক্ষীণ হৈ আহিছে।

টিচি/পিবিএমচি/২০১৪-১৫/৩৪৩২ নং পত্ৰ যোগে ৪৯.৪৮০ লাখ টকাৰ ব্যয় সাপেক্ষ এটা আনুমানিক হিচাপ এছ ই, টি আৰ চিৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছিল যদিও ধনখিনি এতিয়ালৈকে অনুমোদন কৰা হোৱা নাই বুলি গড়কাপ্তানি বিভাগৰ অভিযন্তা কৃষ্ণ হাজৰিকাই প্ৰতিবাদী জনতাক অবগত কৰিছে। আনহাতে এই অভিযোগ সম্পৰ্কে এতিয়ালৈকে বৃন্দাবন গোস্বামীৰ পৰা কোনো উত্তৰ লাভ কৰা নাই।

প্ৰনৱ কুমাৰ দাস

প্ৰনৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd