• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি মন্ত্ৰীৰ কনভয়ত ‘গোমাতা’ৰ বাধা! ৯০ কৃষকৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 6:46 pm
Cattle block UP Minister's Convoy
256
VIEWS
Share on FacebookShare on Twitter

গোমাতাই বিঘিনি ঘটাইছে বিজেপি মন্ত্ৰীক। ঘটিছেও যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত! মন্ত্ৰীৰ কনভয়ৰ সমুখত হঠাতে এজাক অঘৰী গৰুৰ উপস্থিতিৰ ফলশ্ৰুতিত ৰ’বলগা হ’ল কনভয় আৰু তাৰ পিছতে ৯০ গৰাকী স্থানীয় লোকৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ।

গোমাতাৰ এই অৱৰোধৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশৰ পশুপালন মন্ত্ৰী ধৰ্মপাল সিং। তেওঁৰ বিধান সভা সমষ্টি আওনলাৰ ছিৰাউলি অঞ্চলত এক পশু পলিক্লিনিকৰ ‘ভূমি পূজন’ৰ বাবে যাত্ৰা কৰিছিল মন্ত্ৰীগৰাকীয়ে।

হঠাতে তেওঁৰ কনভয় এজাক অঘৰী গৰুৱে অৱৰোধ কৰে। প্ৰকৃততে উত্তৰ প্ৰদেশত অঘৰী গৰুৱে জটিল সমস্যাৰ সৃষ্টি কৰাৰ বাবে এই সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ স্থানীয় লোকসকলে এই পন্থা অৱলম্বন কৰিছিল।

ইয়াৰ ফলত প্ৰায় ৪০ মিনিট সময় পথৰ মাজতে আবদ্ধ হৈ পৰে মন্ত্ৰীগৰাকীৰ কনভয়। এনে প্ৰতিবাদৰ সন্মুখীন হৈ মন্ত্ৰী সিঙে অঞ্চলটোত অতি সোনকালে গৰু আশ্ৰয় শিবিৰ স্থাপন কৰা হ’ব বুলি গাঁওবাসীক আশ্বাস দিয়ে।

ইফালে মন্ত্ৰীৰ কনভয় অৱৰোধৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৯০ গৰাকী অচিনাক্ত লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। আই পি চি ধাৰা ৩৪১ৰ অধীনত এই এফআইআৰ ৰুজু কৰা হৈছে।

Recent News

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd