• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাণক্য নীতি: যদি জীৱনত সফল হ’ব বিচাৰে তেন্তে ত্যাগ কৰক এনে সংগ; প্ৰতিটো কামতে হৈ পৰে বাধা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2023 7:24 am
7.5k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ মহান অৰ্থনীতিবিদ, ৰাজনীতিবিদ, কূটনীতিবিদ আৰু পথ প্ৰদৰ্শক আচাৰ্য চাণক্যই নিজৰ নীতি শাস্ত্ৰ চাণক্য নীতিত মানুহক সফল হোৱাৰ পথ দেখুৱাইছে। চাণক্য নীতিত কোৱা হৈছে যে এজন ব্যক্তিয়ে সফল হ’বলৈ কি কৰিব লাগে আৰু কি কি বস্তুৰ পৰা আঁতৰাই ৰাখিব লাগে। ভুল অভ্যাস, ভুল মানুহৰ সংগই সফলতাৰ দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱা ব্যক্তিজনকো পিছুৱাই লৈ যায় আৰু তেওঁক সফল হোৱাত বাধা দিয়ে। সেইবাবেই সিহঁতৰ পৰা আঁতৰি থকাই ভাল।

আনৰ পাপৰ শাস্তি বহন কৰিবলগীয়া হয়

চাণক্য নীতিত আচাৰ্য চাণক্যই এটি শ্লোকত লিখিছে-

ৰাজা ৰাষ্ট্ৰকৃতং পাপং ৰাজ্ঞ: পাপং পুৰোহিত:।

ভৰ্তা চ স্ত্ৰীকৃতং পাপং শিষ্যপাপং গুৰুস্তথা।।‘

এই শ্লোকত এনে কিছুমান মানুহৰ বিষয়ে কোৱা হৈছে, যিয়ে কোনো ভুল নকৰাকৈ আনৰ পাপৰ শাস্তি ভোগ কৰিবলগীয়া হয়। এই লোকসকল হৈছে ৰজা-প্ৰজা, গুৰু-শিষ্য আৰু স্বামী-স্ত্ৰী। এই শ্লোকৰ যোগেদি আচাৰ্য চাণক্যই কৈছে যে যি ব্যক্তিয়ে অন্যায় বা বেয়া কাম কৰে, তেওঁ তাৰ শাস্তি ভূগিবই লাগে, কিন্তু কেতিয়াবা আনৰ বেয়া কামৰ শাস্তিও ভূগিবলগীয়া হয়।

ৰজা-প্ৰজাঃ চাণক্যৰ নীতি অনুসৰি দেশৰ শাসকে যদি কিবা ভুল কাম কৰে, তেন্তে তাৰ পৰিণাম সমগ্ৰ দেশৰ জনসাধাৰণে ভোগ কৰিব লগা হয়। সেইবাবেই শাসক সঠিক হোৱাটো অতি প্ৰয়োজনীয়। শাসক যদি দুষ্ট, অত্যাচাৰী, তেন্তে তেনে দেশ এৰি যোৱাটোৱেই ভাল। একেদৰে কোনো উচ্চ পদস্থ দুষ্ট ব্যক্তিৰ লগত সম্পৰ্ক নাৰাখিব, তেওঁ যিকোনো সময়তে আপোনাৰ ডাঙৰ ক্ষতি কৰিব পাৰে।

গুৰু-শিষ্যঃ শিষ্যক বাট দেখুৱাই দিয়াটো গুৰুৰ কৰ্তব্য। যদি গুৰুজন সঠিক নহয় বা তেওঁৰ আচৰণ আৰু কৰ্ম উপযুক্ত নহয়, তেন্তে তেনে গুৰুৰ পৰা দূৰত্ব বজাই ৰখা ভাল। সেয়েহে গুৰুজনক সাৱধানে বাছি লওক।

স্বামী-স্ত্ৰী: স্বামী-স্ত্ৰীক একেখন ৰথৰ দুটা চকা বুলি কোৱা হয়। কিন্তু এই দুজনৰ এজন যদি দুষ্ট, অশিষ্ট আচৰণকাৰী, প্ৰতাৰক হয়, তেন্তে আনজনে তেওঁৰ সৈতে সম্পৰ্ক শেষ কৰিব লাগে। কাৰণ এনে এজন জীৱন সংগীৰ লগত থকাটো নৰকৰ দৰে জীৱন যাপনৰ দৰেই হয়।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd