• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মসমৰ্পণৰ কথা ঘোষণা কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2023 10:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৰাষ্ট্রপতি নির্বাচনত জর্জিয়া প্ৰদেশৰ ফলাফল সলনি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰত আত্মসমর্পণ কৰাৰ কথা ঘোষণা কৰিছে৷

ইয়াৰ পূৰ্বে ১৪ আগষ্টত জৰ্জিয়াৰ ফুলটন কাউন্টি গ্ৰেণ্ড জুৰীয়ে ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি ১০ দিনৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

ট্ৰাম্পক আত্মসমৰ্পণৰ বাবে ২৫ আগষ্টলৈকে সময় দিয়া হৈছিল। সেই নিৰ্দেশনা অনুসৰি ট্ৰাম্পে আত্মসমৰ্পণ কৰাৰ কথা ঘোষণা কৰে।

Apply Now

লগতে পঢ়ক: বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰজ্ঞানন্দ; অসাধাৰণ প্ৰদৰ্শন দেখি মুগ্ধ বিশ্বনাথন আনন্দ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা ২৪ আগষ্টত তেওঁ আত্মসমৰ্পণ কৰিব। তেওঁ নিজেই স্থানীয় সময় অনুসৰি সোমবাৰে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এক পোষ্টযোগে এই তথ্য অৱগত কৰে।

ট্ৰুথ ছ’চিয়েলত শ্বেয়াৰ কৰা এটা পোষ্টত ট্ৰাম্পে কয় যে ‘’অহা বৃহস্পতিবাৰে মই গ্ৰেপ্তাৰ হ’বলৈ আটলান্টালৈ গৈ আছো।‘’

২০২৪ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে ট্ৰাম্পে সেই নিৰ্বাচনত যুঁজ দিব বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি পদৰ মনোনয়নৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৰিপাব্লিকান পাৰ্টিৰ আন নেতাসকলতকৈ জনমত সমীক্ষাত ট্ৰাম্প আগবাঢ়িও আছে।

লগতে পঢ়ক: অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে আজি গুৱাহাটীত ৰাজহুৱা সভাৰ আয়োজন অসম নাগৰিক সমাজৰ

এনে পৰিস্থিতিত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

উল্লেখ্য যে ২০২১ চনৰ ২ জানুৱাৰীৰ পৰা ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰম্ভ হৈছিল। সেইদিনা ট্ৰাম্পে জৰ্জিয়াৰ মুখ্য নিৰ্বাচনী বিষয়া ব্ৰেড ৰেফেন ফেনস্পাৰ্গাৰক ফোন কৰি তেওঁৰ পৰাজয় ৰোধ কৰিবলৈ কয়। কিন্তু ব্ৰেডে তেওঁৰ অনুৰোধ নাকচ কৰে।

ইয়াৰ চাৰিদিন পিছত ২০২১ চনৰ ৬ জানুৱাৰীত ট্ৰাম্প সমৰ্থকে আমেৰিকাৰ গণতন্ত্ৰৰ প্ৰতীক কেপিটেল হিলত আক্ৰমণ কৰে। সেইদিনা নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনক ছিনেটে স্বীকৃতি দিয়াৰ কথা আছিল।

লগতে পঢ়ক: চাণক্য নীতি: যদি জীৱনত সফল হ’ব বিচাৰে তেন্তে ত্যাগ কৰক এনে সংগ; প্ৰতিটো কামতে হৈ পৰে বাধা!

ইপিনে, ট্ৰাম্পে জৰ্জিয়াত কোনো ধৰণৰ অন্যায় হোৱাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ এটৰ্নী উইলিছৰ বিৰুদ্ধে অভিযোগ কৰে যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে তদন্ত কৰা হৈছে। কিয়নো উইলিছ মূলতঃ জো বাইডেন প্ৰশাসনে মনোনীত কৰা নীতি অধিবক্তা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd