• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিমান সঁচা! এই দেশৰ এজন পুৰুষে পাতিবই লাগিব দুজনী বিয়া; নহ’লে হ’ব যাৱজ্জীৱন কাৰাদণ্ড!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2023 4:11 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহ আৰু সামাজিক ৰীতি-নীতি এক পৰম্পৰা। যদিও বিভিন্ন ধৰ্ম অনুযায়ী বিবাহৰ নীতি-নিয়ম বেলেগ বেলেগ। কেৱল ধৰ্মই নহয়, বিভিন্ন দেশত বিবাহৰ নিয়মবোৰো বেলেগ বেলেগ। এই ক্ষেত্ৰত প্ৰতিখন দেশৰ নিজস্ব আইন আছে। 

এসময়ত বহুবিবাহৰ প্ৰচলন আছিল যদিও ক্ৰমান্বয়ে এই প্ৰথা সকলোতে প্ৰায় নোহোৱা হৈ গ’ল। কিন্তু এখন দেশ আছে, য’ত পুৰুষে এজনক নহয়, দুজনীক বিয়া কৰাবই লাগে! আৰু সেই ব্যক্তিজনে যদি দ্বিতীয় বিবাহৰ প্ৰতি আপত্তি কৰে তেন্তে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ডও হ’ব পাৰে। বিভিন্ন প্ৰচাৰ মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত বিবিচিকে ধৰি বিভিন্ন সংবাদ মাধ্যমত এই কাহিনীক এক ভুৱা প্ৰচাৰ বুলি দাবী কৰা হয়।

দৰাচলতে, ভুৱা বুলি দাবী কৰা এই কাহিনীটোনো কি? আফ্ৰিকান দেশ ইৰিত্ৰিয়াত বিবাহৰ কিছু সুকীয়া নিয়ম আছে। সেইবোৰ প্ৰতিখন দেশ, প্ৰতিটো জনগোষ্ঠী বা অঞ্চলভেদে হোৱাৰ দৰে নিজস্ব পৰম্পৰা। 

Apply Now
ইৰিত্ৰিয়াৰ পৰম্পৰাগত বিবাহ। ফটো: সংগ্ৰহীত।

বহুলভাৱে প্ৰচাৰিত কাহিনী অনুসৰি, আফ্ৰিকাৰ দেশ ইৰিত্ৰিয়াত পুৰুষে দুটা বিবাহ কৰাব লাগে। এই প্ৰথা পালন কৰিবলৈ অস্বীকাৰ কৰিলে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে। লগতে মহিলাসকলে স্বামীক পুনৰ বিবাহ কৰাত বাধা দিব নোৱাৰে। অন্যথা তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হয়। এই আজৱ প্ৰথাৰ মূল কাৰণ দেশৰ অতিমাত্ৰা নাৰী। ইৰিত্ৰিয়াত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি।

ভাল পাওক বা নাপাওক, বিবাহিত জীৱনত সুখী হওক বা নহওক, যিমানেই কোটি ধন-সম্পত্তি নাথাকক কিয়, এজন পুৰুষে দুবাৰ বিয়া কৰাবই লাগে। এজন ব্যক্তিয়ে ইচ্ছা নকৰিলেও দুগৰাকী পত্নীৰ লগত সংসাৰ কৰিব লগা হয়। আৰু সেইটোৱেই এই দেশৰ বিধান।

আফ্ৰিকা মহাদেশৰ ইৰিত্ৰিয়াত প্ৰতিজন পুৰুষৰ দুটা বিবাহ হোৱাটো বাধ্যতামূলক। যদি ব্যক্তিজনে বিয়া কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হ’ব। আনহাতে, যদি ব্যক্তিজনৰ পত্নীয়ে আপত্তি কৰে তেন্তে তেওঁৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

ইৰিত্ৰিয়াৰ পৰম্পৰাগত বিবাহ। ফটো: সংগ্ৰহীত।

এই অদ্ভুত আইনখনৰ আঁৰৰ মূল কাৰণটো হ’ল ইৰিত্ৰিয়াত মহিলাৰ সংখ্যা পুৰুষতকৈ বেছি। গতিকে সমাজত ভাৰসাম্য ৰক্ষাৰ বাবে পুৰুষে দুগৰাকী মহিলাক বিয়া কৰাব লাগে। এজন পুৰুষৰ এগৰাকী পত্নী থকাটো অপৰাধ!

এতিয়া কথাটো হ’ল এই কাহিনীটো প্ৰকৃততে এটা ভুৱা কাহিনী নে তাত কিবা সঁচাৰ আঁচ আছে সেয়া ইতিমধ্যে সাঁথৰৰ ৰূপ লৈছে। প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীৰ দাবী ই এক মনেসজা কাহিনী আৰু ইয়াৰ কোনো সত্যতা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd