• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ যান গৈছে, কিন্তু পাকিস্তান চন্দ্ৰতে! পাক যুৱকৰ মন্তব্যত তোলপাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2023 6:39 pm
Pak Man's Reaction To Chandrayaan-3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ লগে লগে এক ঐতিহাসিক সাফল্যৰ অধিকাৰী হয় ভাৰত। এইদৰে ভাৰত চন্দ্ৰ অভিযান সফলতাৰে সম্পন্ন কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে চন্দ্ৰৰ দক্ষিণ মেৰুৰ অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হয়।

ভাৰতৰ এই চন্দ্ৰ অভিযানৰ সাফল্যক অভিনন্দন জনাইছি সমগ্ৰ বিশ্বই। চুবুৰীয়া পাকিস্তানেও ভাৰতৰ এই ঐতিহাসিক সফলতাৰ বাবে শুভেচ্ছা জনাইছে। দেশখনৰ পূৰ্বৰ ইমৰাণ খান চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ চৌধুৰীৰ প্ৰশংসাসূচক মন্তব্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

Apply Now

চন্দ্ৰযান-৩ অৱতৰণৰ কেইঘণ্টামান পূৰ্বে ফাৱাদ চৌধুৰীয়ে পাকিস্তান চৰকাৰক ৰাষ্ট্ৰীয় টেলিভিছনত এই অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছিল। এই অনুৰোধে পাকিস্তানৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিতৰ্কৰ সূচনা কৰিছিল।

এনে বিতৰ্কৰ আধাৰতে দেশখনৰ এগৰাকী ইউটিউবাৰে ভাৰতৰ এই অভিযানৰ মুহূৰ্ত টেলিভিছনত প্ৰচাৰ কৰা উচিত হয় নে নহয়, সেই সম্পৰ্কে জনমত সংগ্ৰহ কৰিছিল। এই ইউটিবাৰগৰাকীক এগৰাকী যুৱকে দিয়া উত্তৰে ব্যাপক চৰ্চা লাভ কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত পাকিস্তানী যুৱকগৰাকীয়ে তীব্ৰ ব্যঙ্গৰে তেওঁলোকে ইতিমধ্যে চন্দ্ৰতে বাস কৰি আছে বুলি মন্তব্য কৰে। এই মন্তব্যৰ সমৰ্থনত যুক্তিও দাঙি ধৰে যুৱকগৰাকীয়ে।

তেওঁৰ মতে, চন্দ্ৰৰ দৰে পাকিস্তানতো পানী, গেছ, বিদ্যুতৰ দৰে প্ৰয়োজনীয় বস্তুৰ অভাৱ আছিল। হাস্যকৰভাৱে সেই সময়ত যুৱকগৰাকী থকা ঠাইত বিদ্যুৎ কৰ্তন হৈ আছিল। এই হাস্যৰসময়ী তুলনাৰে মুহূৰ্তেতে নেট দুনীয়াত জনপ্ৰিয় হৈ পৰে।

 

Meanwhile, the Sense of Humor of Pakistani People are always top class. This on Chandrayaan pic.twitter.com/Y127YPeyIv

— Joy (@Joydas) August 23, 2023

যুৱকগৰাকীৰ এই হাস্যৰসাত্মক স্বভাৱে নেটিজেনৰ মাজত যথেষ্ট আমোদৰ সৃষ্টি কৰিছে। এনে কাৰণতে কোনো কোনোৱে আনকি তেওঁক ষ্টেণ্ড আপ কমেডীত কেৰিয়াৰ গঢ়িবলৈও পৰামৰ্শ আগবঢ়াইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd