• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালত চৌহদতে গুলীচালনা; আহত বিচাৰাধীন ২ জন কাৰাবন্দী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 27, 2023 10:37 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালত চৌহদতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। আৰক্ষীক মুকলিকৈ প্ৰত্যাহ্বান জনালে অপৰাধীয়ে। এটা গোচৰৰ শুনানিৰ বাবে আদালত চৌহদলৈ অহা দুজন কাৰাবন্দী ওপৰত একাংশ আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। এই ঘটনাত কাৰাবন্দী দুজন গুলীবিদ্ধ হয়। শনিবাৰে বিয়লি বিহাৰৰ সমস্তিপুৰ জিলাৰ আদালত চৌহদত ঘটিল এনে ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি, গুলীয়াই আহত কৰা কাৰাবন্দী দুজনৰ নাম হৈছে প্ৰভাত চৌধুৰী আৰু প্ৰভাত তিৱাৰী। মুফাছিল থানাৰ অধীনৰ দুধপুৰা অঞ্চলৰ বাসিন্দা এই দুই কাৰাবন্দীৰ বিৰুদ্ধে অবৈধ সুৰাৰ ব্যৱসায়ৰ অভিযোগত অভিযুক্ত।

উক্ত গোচৰৰ শুনানিতে তেওঁলোকক সমস্তিপুৰৰ আদালতলৈ আনিছিল আৰক্ষীয়ে। তাৰ পাছত একাংশ দুস্কৃতিকাৰীয়ে তেওঁলোকক আক্ৰমণ কৰে। সম্প্ৰতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আক্ৰমণকাৰী এতিয়াও ধৰা পৰা নাই। তেওঁলোকৰ সন্ধান চলাই থকা হৈছে।

Apply Now

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দুপৰীয়া অবৈধ সুৰা ব্যৱসায়ৰ শুনানিৰ সময়ত প্ৰভাত চৌধুৰী আৰু প্ৰভাত তিৱাৰীক সমস্তিপুৰ আদালতলৈ অনা হয়। কাৰাগাৰৰ ভ্যানৰ পৰা উলিয়াই আদালতৰ ভিতৰলৈ নিয়াৰ সময়তে একাংশ দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। তেওঁলোকৰ লক্ষ্য ব্যৰ্থ নহ’ল। দুয়োকে গুলীয়াই আহত কৰা হয়।

হঠাতে সংঘটিত হোৱা এই ঘটনাত হুলস্থুলৰ সৃষ্টি হয় আদালত চৌহদত। ঘটনাস্থলীত উপস্থিত থকা সকলোৰে মাজত চৰম আতংক বিয়পি পৰে। ডি এছ পি অমিত কুমাৰে জনোৱা মতে, এজনৰ ভৰিত আৰু আনজনৰ হাতত গুলী লাগিছে। আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি সদৰ চিকিৎসালয়ত ভৰ্তি কৰে।

আনহাতে, হঠাৎ গুলীচালনাৰ ঘটনাত আদালত চৌহদত উপস্থিত থকা সকলোৱে চৰম আতংকত দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰে। সেই সুযোগতে আক্ৰমণকাৰী পলায়ন কৰে। অৱশ্যে আক্রমণকাৰীক বিচাৰি উলিয়াবলৈ জিলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ এখন তদন্ত সমিতিও গঠন কৰা হৈছে।

ডি এছ পি অমিত কুমাৰ আৰু এছ পি বিনয় তিৱাৰীয়ে সেই স্থান পৰিদৰ্শন কৰি গুলীয়াই আহত কৰা বিচাৰাধীন কাৰাবন্দী দুজনক জেৰা কৰি আক্ৰমণকাৰীৰ বিষয়ে জানিবলৈ দিয়ে।

অৱশ্যে এই ঘটনাত আদালত চৌহদত বিহাৰ আৰক্ষী আৰু নিৰাপত্তাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অনতিপলমে পদত্যাগ কৰিবলৈ দাবী জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd