• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ডাঙৰ খবৰ : ২ ছেপ্তেম্বৰত ইছৰোৱে সূৰ্যৰ অভিমুখে পঠাব যান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2023 4:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২ ছেপ্টেম্বৰত ইছৰোৱে উৎক্ষেপন কৰিব আদিত্য-এল ১ | চন্দ্ৰযান ৩ ৰ অভূতপূৰ্ব সফলতাৰ পিছত শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) সূৰ্য্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথমটো মহাকাশভিত্তিক ভাৰতীয় মানৱ নিৰীক্ষণ কেন্দ্ৰ আদিত্য-এল১ উৎক্ষেপণৰ কথা ঘোষণা কৰিছে।

অহা ২ ছেপ্টেম্বৰত পুৱা ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ পৰা ইছৰোৰ পিএছএলভি এক্সএল ৰকেটেৰে আদিত্য-এল১ অভিযান উৎক্ষেপণ কৰা হ’ব।

Apply Now

প্ৰথম অৱস্থাত মহাকাশযানখনক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা হ’ব। ইয়াৰ পিছত কক্ষপথক অধিক উপবৃত্তাকাৰ কৰি তোলা হ’ব আৰু পিছলৈ অনব’ৰ্ড প্ৰপালচন ব্যৱহাৰ কৰি মহাকাশযানখন লেগ্ৰেঞ্জ পইণ্ট (L1)ৰ ফালে নিক্ষেপ কৰা হ’ব।

মহাকাশযানখনে লেগ্ৰেঞ্জ পইণ্ট -১ ৰ ফালে গতি কৰাৰ লগে লগে ই পৃথিৱীৰ মহাকৰ্ষণীয় প্ৰভাৱৰ পৰা ওলাই যাব। ওলাই অহাৰ পিছত ক্ৰুজ পৰ্যায় আৰম্ভ হ’ব আৰু তাৰ পিছত মহাকাশযানখনক লেগ্ৰেঞ্জ পইণ্টৰ চাৰিওফালে থকা বৃহৎ হেলো কক্ষপথত স্থাপন কৰা হ’ব। উৎক্ষেপনৰ পৰা এল ১ লৈ যাবলৈ প্ৰায় চাৰি মাহ সময় লাগিব আদিত্য এল-১ যানখনক।

আদিত্য এল ১ হ’ব সূৰ্য্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথমটো মহাকাশ ভিত্তিক ভাৰতীয় অভিযান। মহাকাশযানখনক পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা সূৰ্য্য-পৃথিৱী ব্যৱস্থাৰ লেগ্ৰেঞ্জ বিন্দু ১ ৰ চাৰিওফালে এটা কক্ষপথত স্থাপন কৰিব লাগিব। 

এল-১ বিন্দুৰ চাৰিওফালে হেলো কক্ষপথত স্থাপন কৰা যানখনৰ প্ৰধান সুবিধাটো হ’ল যে ই কোনো ধৰণৰ সূৰ্যগ্ৰহণ নোহোৱাকৈ সূৰ্য্যক অবিৰতভাৱে পৰ্যবেক্ষণ কৰিব পাৰিব। ইয়াৰ দ্বাৰা সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ বাস্তৱ সময়ত পৰ্যবেক্ষণ কৰিবলৈ সুবিধা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd