• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ডাঙৰ খবৰ : ২ ছেপ্তেম্বৰত ইছৰোৱে সূৰ্যৰ অভিমুখে পঠাব যান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2023 4:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২ ছেপ্টেম্বৰত ইছৰোৱে উৎক্ষেপন কৰিব আদিত্য-এল ১ | চন্দ্ৰযান ৩ ৰ অভূতপূৰ্ব সফলতাৰ পিছত শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) সূৰ্য্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথমটো মহাকাশভিত্তিক ভাৰতীয় মানৱ নিৰীক্ষণ কেন্দ্ৰ আদিত্য-এল১ উৎক্ষেপণৰ কথা ঘোষণা কৰিছে।

অহা ২ ছেপ্টেম্বৰত পুৱা ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ পৰা ইছৰোৰ পিএছএলভি এক্সএল ৰকেটেৰে আদিত্য-এল১ অভিযান উৎক্ষেপণ কৰা হ’ব।

Apply Now

প্ৰথম অৱস্থাত মহাকাশযানখনক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা হ’ব। ইয়াৰ পিছত কক্ষপথক অধিক উপবৃত্তাকাৰ কৰি তোলা হ’ব আৰু পিছলৈ অনব’ৰ্ড প্ৰপালচন ব্যৱহাৰ কৰি মহাকাশযানখন লেগ্ৰেঞ্জ পইণ্ট (L1)ৰ ফালে নিক্ষেপ কৰা হ’ব।

মহাকাশযানখনে লেগ্ৰেঞ্জ পইণ্ট -১ ৰ ফালে গতি কৰাৰ লগে লগে ই পৃথিৱীৰ মহাকৰ্ষণীয় প্ৰভাৱৰ পৰা ওলাই যাব। ওলাই অহাৰ পিছত ক্ৰুজ পৰ্যায় আৰম্ভ হ’ব আৰু তাৰ পিছত মহাকাশযানখনক লেগ্ৰেঞ্জ পইণ্টৰ চাৰিওফালে থকা বৃহৎ হেলো কক্ষপথত স্থাপন কৰা হ’ব। উৎক্ষেপনৰ পৰা এল ১ লৈ যাবলৈ প্ৰায় চাৰি মাহ সময় লাগিব আদিত্য এল-১ যানখনক।

আদিত্য এল ১ হ’ব সূৰ্য্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথমটো মহাকাশ ভিত্তিক ভাৰতীয় অভিযান। মহাকাশযানখনক পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা সূৰ্য্য-পৃথিৱী ব্যৱস্থাৰ লেগ্ৰেঞ্জ বিন্দু ১ ৰ চাৰিওফালে এটা কক্ষপথত স্থাপন কৰিব লাগিব। 

এল-১ বিন্দুৰ চাৰিওফালে হেলো কক্ষপথত স্থাপন কৰা যানখনৰ প্ৰধান সুবিধাটো হ’ল যে ই কোনো ধৰণৰ সূৰ্যগ্ৰহণ নোহোৱাকৈ সূৰ্য্যক অবিৰতভাৱে পৰ্যবেক্ষণ কৰিব পাৰিব। ইয়াৰ দ্বাৰা সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ বাস্তৱ সময়ত পৰ্যবেক্ষণ কৰিবলৈ সুবিধা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd