• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আজি বিৰোধী ঐক্যৰ মুম্বাই বৈঠকত চূড়ান্ত হ’ব ‘INDIA’ ৰ প্ৰতীক চিহ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 12:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে বিৰোধী মিত্ৰজোঁট INDIA ৰ সদস্যসকলৰ বৈঠকত মিলিত হ’ব। বেংগালুৰু আৰু পাটনাৰ পিছত তৃতীয়খন বৈঠক অনুষ্ঠিত হ’বলৈ গৈ আছে বাণিজ্যিক চহৰ মুম্বাইত। 

উল্লেখ্য যে পাটনাত অনুষ্ঠিত হোৱা বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠকত১৬ টা বিৰোধী দলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত বেংগালুৰুত অনুষ্ঠিত হোৱা দ্বিতীয়খন বৈঠকত সেই সংখ্যা ২৬ লৈ বৃদ্ধি পাইছিল। সেই বৈঠকতেই বিৰোধী ঐক্যৰ নাম INDIA (Indian National Developmental Inclusive Alliance) হিচাপে চূড়ান্ত কৰা হৈছিল। 

Apply Now

এইবাৰ বিৰোধী ঐক্যৰ তৃতীয়খন মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বৈঠকত আন এটা নতুন দলে যোগদান কৰিবলৈ ওলাইছে বুলি খবৰ প্ৰকাশ পাইছে। অৰ্থাৎ এইবাৰ বিৰোধী মিত্ৰজোঁটৰ দুদিনীয়া বৈঠকত মুঠ ২৭টা বিৰোধী দলে যোগদান কৰিব। বিৰোধী দলসমূহে কয় যে লোকসভা নিৰ্বাচন ২০২৪ৰ ব্লুপ্ৰিণ্ট মুম্বাইৰ পৰাই সৃষ্টি কৰা হ’ব।

খবৰ অনুসৰি আজি আৰু কাইলৈ বিৰোধী মিত্ৰজোঁটৰ বৈঠকত অহা লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁটৰ ল’গ’ বা প্ৰতীক চূড়ান্ত কৰিব পাৰে। লগতে এখন সমন্বয় সমিতিও গঠন কৰা হ’ব। ২০২৪ চনৰ নিৰ্বাচনত বিজেপিক কেনেদৰে পৰাস্ত কৰিব পাৰি সেই সন্দৰ্ভতো ‘যৌথ কাৰ্য্য পৰিকল্পনা’ প্ৰস্তুত কৰা হ’ব।

মুম্বাইৰ গ্ৰেণ্ড হায়াট হোটেলত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ বৈঠক। দুদিনীয়া বৈঠকত ২৭টা ৰাজনৈতিক দলৰ ৬৩জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। আজি সন্ধিয়াৰ ভিতৰত সকলো বিৰোধী দলৰ প্ৰতিনিধি মুম্বাইত উপস্থিত হ’ব। সন্ধিয়া ৬:৩০ বজাত তেওঁলোকৰ মাজত কথা-বতৰা হ’ব। 

খবৰ অনুসৰি, অতিথিসকলৰ বাবে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে নিশা এক বিশেষ ভোজৰ আয়োজন কৰিছে। কাইলৈ ​​১ ছেপ্টেম্বৰত পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মিত্ৰজোঁটৰ বৈঠক। দুপৰীয়া ২ বজালৈ চলিব এই বৈঠক। বিয়লি প্ৰায় ৩:৩০ বজাত বিৰোধী মিত্ৰজোঁটৰ দ্বাৰা এখন সংবাদমেল অনুষ্ঠিত হ’ব।

মিত্ৰজোঁটৰ প্ৰতীক চিহ্ন এই বৈঠকতে চূড়ান্ত হ’ব পাৰে। ইফালে মিত্ৰজোঁটে প্ৰস্তাৱ কৰা এটা প্ৰতীক ইতিমধ্যে উত্থাপন হৈছে। তাত দেখা গৈছে জাতীয় পতাকাৰ ৰং। অৱশ্যে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া মিত্ৰতাৰ বৈঠকত INDIA ৰ ল’গ’ হিচাপে এইটো উন্মোচন কৰা হ’ব নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

প্ৰতীকটোৰ লগতে ভাৰত মিত্ৰজোঁটৰ সদস্য দলসমূহৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে এখন সমিতিও গঠন কৰা হ’ব। এই বৈঠকত যৌথ আহ্বায়কৰো সিদ্ধান্ত লোৱা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd