• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লজ্জাজনক: দিল্লী মেট্ৰ’ত হস্তমৈথুন কৰি নাবালিকাৰ দেহত বীৰ্য্যপাত দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 6:49 pm
Man Masturbating ejaculating In Delhi Metro
13.5k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বিভিন্ন আজৱ ঘটনাৰ বাবে চৰ্চিত হৈ থকা দিল্লী মেট্ৰ’ত এইবাৰ সংঘটিত হৈছে এক চৰম ঘৃণনীয় কাণ্ড। চলন্ত মেট্ৰ’ত এক ব্যক্তিৰ চূড়ান্ত বিকৃত যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী নাবালিকা।

প্ৰকাশিত খবৰ অনুসৰি, দিল্লী মেট্ৰ’ ৰে’লত যাত্ৰা কৰি থকা এগৰাকী ব্যক্তিয়ে হস্তমৈথুন কৰি এগৰাকী নাবালিকাৰ ওপৰত বীৰ্য্যপাত কৰে। বুধবাৰে নিশা প্ৰায় ৮:৩০ বজাত দিল্লী মেট্ৰ’ৰ ‘ৰেড লাইন’ত সংঘটিত হৈছে।

কালি দেশজুৰি পৰম সন্মান আৰু শ্ৰদ্ধাৰে ৰাখী বন্ধন উদযাপন কৰাৰ সময়তে সংঘটিত হৈছে এনে ঘৃণনীয় কাণ্ড। ৰে’লখনত যাত্ৰীৰ যথেষ্ট সমাগমৰ সুবিধা লৈ এনে চৰম বিকৃত যৌন কামনা চৰিতাৰ্থ কৰে ব্যক্তিগৰাকীয়ে।

ইফালে নাবালিকাগৰাকীৰ মাতৃও সেইসময়ত উক্ত স্থানতে আছিল আৰু তেওঁৰ সন্তানৰ ওপৰত এইদৰে ব্যক্তিগৰাকীয়ে বীৰ্য্যপাত কৰা সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে। ঘটনাৰ পিছত তেওঁ তৎক্ষণাৎ চিলামপুৰ মেট্ৰ’ ষ্টেচনত ৰে’লৰ পৰা নামি দিয়ে।

অৱশ্যে উক্ত ডবাত যাত্ৰা কৰা দুগৰাকী ব্যক্তিয়ে এই কাণ্ড প্ৰত্যক্ষ কৰে আৰু অভিযুক্ত ব্যক্তিগৰাকীক কৰায়ত্ব কৰি পিছত তেওঁক শ্বাহদাৰা ষ্টেচনৰ দিল্লী মেট্ৰ’ কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে।

ষ্টেচন কৰ্তৃপক্ষই পিছত ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। ঘটনা সন্দৰ্ভত বিস্তৃতভাৱে পিছত সদৰী কৰা হ’ব বুলি কৰ্তৃপক্ষই লগতে উল্লেখ কৰিছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd