• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰৰ মাটিত ভূমিকম্প! এক ‘প্ৰাকৃতিক’ পৰিঘটনা ৰেকৰ্ড কৰিলে চন্দ্ৰযান-৩ৰ লেণ্ডাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 8:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰৰ মাটিতো ভূমিকম্প হয়? ইছৰোৰ চন্দ্ৰযান-৩ৰ বৈজ্ঞানিক পৰীক্ষাত কিছু চাঞ্চল্যকৰ দিশ উন্মোচিত হৈছে। ভাৰতৰ ইছৰোৰ চন্দ্ৰাভিযানৰ ‘লুনাৰ ছিছমিক এক্টিভিটি পেলোডে’ শেহতীয়াকৈ ৰেকৰ্ড কৰিছে এটা ঘটনা। ইছৰোৱে এই ঘটনাৰ কথা সদৰী কৰিছে।

ইছৰোৱে চন্দ্ৰৰ মাটিৰ ওপৰত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি আছে। চন্দ্ৰযান-৩ য়ে সেই ক্ষেত্ৰত সহায় কৰিছে। আৰু চন্দ্ৰযান-৩ য়ে বিচাৰি পোৱা বস্তুবোৰৰ ফলাফলৰ পৰাই দেখা গৈছে যে চন্দ্ৰৰ মাটিত কম্পন হোৱাৰ বিষয়টো ‘প্ৰাকৃতিক’।

Apply Now

তদুপৰি, ৰ’ভাৰ প্ৰজ্ঞান আৰু বাকী পেলোডৰ চন্দ্ৰ পৃষ্ঠত চলাচলৰ ফলত যি কম্পন হৈছে তাকো ৰেকৰ্ড কৰা হৈছে বুলি জানিবলৈ দিছে ইছৰ’ই।

ইছৰোৱে কয়, ‘২০২৩ চনৰ ২৬ আগষ্টত এটা পৰিঘটনা ৰেকৰ্ড কৰা হৈছিল, যিটো দেখি অনুমান হৈছে যে ই প্ৰাকৃতিক। কিন্তু ক’ৰ পৰা এইটো আহিছে তাৰ সন্ধান চলি আছে। মূলতঃ ইয়াত ইছৰোৱে, চন্দ্ৰৰ মাটিত হোৱা কম্পনৰ দিশলৈ আঙুলিয়াইছে বুলি অনুমান কৰা হৈছে।

ইপিনে, চন্দ্ৰযান-৩ লেণ্ডাৰত ‘Instrument for Lunar Seismic Activity Payload’-য়ে নিজৰ কাম কৰি আছে। ইয়াৰ সৌজন্যতে চন্দ্ৰৰ মাটিত কিছু ‘মুভমেন্ট’ ৰেকৰ্ড কৰিব পৰা গৈছে বুলি কোৱা হৈছে ।

চন্দ্ৰযান-৩ৰ ‘Instrument for Lunar Seismic Activity Payload’ৰ মিছন হৈছে চন্দ্ৰপৃষ্ঠত ক’ত স্বাভাৱিক কম্পন সংঘটিত হৈছে, কম্পনৰ প্ৰভাৱ ক’ত পৰিছে, আৰু কৃত্ৰিম পৰিঘটনা সংঘটিত হৈছে নে নাই, তাৰ সম্পূৰ্ণ ৰেকৰ্ড কৰা। ইয়াৰ উপৰিও ইছৰোৰ চন্দ্ৰ অভিযানৰ যন্ত্ৰাংশই চন্দ্ৰত উপস্থিত প্লাজমা কণিকাৰ সন্ধান অব্যাহত ৰাখিছে।

Chandrayaan-3 Mission:
In-situ Scientific Experiments

Radio Anatomy of Moon Bound Hypersensitive Ionosphere and Atmosphere – Langmuir Probe (RAMBHA-LP) payload onboard Chandrayaan-3 Lander has made first-ever measurements of the near-surface Lunar plasma environment over the… pic.twitter.com/n8ifIEr83h

— ISRO (@isro) August 31, 2023

ইছৰোৰ চন্দ্ৰযান-৩ যোৱা ২৩ আগষ্টত চন্দ্ৰত সফলতাৰে অৱতৰণ কৰে। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম যান হিচাপে ইছৰোৱে এই ইতিহাস গঢ়িছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এই সফলতাই চন্দ্ৰ সম্পৰ্কে বহু অজ্ঞাত তথ্য উন্মোচন কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd