• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই ৪ টা কথাই আপোনাৰ প্ৰেম জীৱন সুখী আৰু সফল কৰি তুলিব; কৈছে আচাৰ্য চাণক্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 7:16 am
6.1k
VIEWS
Share on FacebookShare on Twitter

জীৱনত সফল হোৱাৰ লগতে সুখ সকলোৰে কাম্য। সকলোৱে বিচাৰে যে তেওঁলোকৰ বিবাহিত জীৱন আৰু প্ৰেম জীৱনত কেতিয়াও কোনো সমস্যা নহওক। মানুহে নিজৰ প্ৰেম জীৱন সুখী কৰিবলৈ প্ৰতিদিনে নতুন নতুন প্ৰচেষ্টা চলায়। এনে পৰিস্থিতিত আচাৰ্য চাণক্যৰ কিছু কথা আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। আচক্য চাণক্যই তেওঁৰ চাণক্য নীতিত এনে বহু কথা উল্লেখ কৰিছে যিবোৰ মানুহৰ পাৰিবাৰিক জীৱন সুখী কৰি তোলাত সহায়ক বুলি প্ৰমাণিত হৈছে। যদি আপুনিও সফল আৰু সুখী প্ৰেম জীৱন বিচাৰে তেন্তে আচাৰ্য চাণক্যৰ এই ৪ টা কথা মনত ৰাখক।

প্ৰেম জীৱন সুখী কৰি তোলাৰ মন্ত্ৰ

১) আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত কৈছে যে যিজন ব্যক্তিয়ে সদায় নিজৰ পত্নী বা প্ৰেমিকাক সন্মানেৰে চায়, তেনে ব্যক্তিৰ সম্পৰ্ক অতি শক্তিশালী। এনে ব্যক্তিয়ে নিজেই সন্মান লাভ কৰে আৰু তেওঁৰ প্ৰেম জীৱন সদায় সুখী হৈ থাকে।

২) চাণক্য নীতিৰ মতে সম্পৰ্কত সৎ হোৱাটো অতি প্ৰয়োজনীয়। যিজন ব্যক্তিয়ে নিজৰ সংগীৰ সৈতে সততাৰে সম্পৰ্ক বজাই ৰাখে, তেওঁৰ সম্পৰ্ক কেতিয়াও ভাঙি নাযায়। এনে লোকৰ সংগীসকলে তেওঁলোকক সদায় বিশ্বাস কৰে। যদি আপুনিও আপোনাৰ প্ৰেম জীৱন বা বিবাহিত জীৱনটো সুখী কৰিব বিচাৰে তেন্তে সম্পৰ্কটোৰ প্ৰতি সৎ হওক।

৩) চাণক্য নীতিৰ মতে সুখী বৈবাহিক জীৱনৰ বাবে শাৰীৰিক আৰু আৱেগিক সুখ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ লগতে শাৰীৰিক সন্তুষ্টিও বিবাহিত জীৱনত সুখৰ ৰহস্য। গতিকে আপোনাৰ সংগীৰ বস্তুগত, আৱেগিক আৰু শাৰীৰিক সুখৰ যত্ন লওক।

৪) আচাৰ্য চাণক্যই কৈছে যে যদি কোনো ব্যক্তিয়ে নিজৰ পত্নী বা প্ৰেমিকাক নিৰাপত্তা অনুভৱ আনি দিব পাৰে তেন্তে তেওঁলোকৰ জীৱন বহুত সুখী হৈ পৰে। কাৰণ এগৰাকী পত্নীয়ে সদায় নিজৰ স্বামীৰ মাজত পিতৃৰ প্ৰতিচ্ছবি দেখা পায় যিয়ে তেওঁক সুৰক্ষাৰ আশ্বাস আনি দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd