• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাম শেষ, চন্দ্ৰপৃষ্ঠত শুই পৰিব বিক্ৰম-প্ৰজ্ঞান; পুনৰ কেতিয়া সাৰ পাব ভাৰতৰ চন্দ্ৰযান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 11:59 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰৰ পৰা চন্দ্ৰপৃষ্ঠত শুই পৰিব ভাৰতৰ চন্দ্ৰযান ৩। অৱতৰণ কৰাৰ পিছত লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ হিচাপত এটা দিন কাম কৰিছে। এতিয়া সূৰ্যাস্তৰ সময় আহি গৈছে। সেয়ে ইছৰ’ই কৈছে যে এতিয়া যন্ত্ৰপাতিবোৰক শুবলৈ পঠিওৱা হ’ব। অৱশ্যে এই টোপনিৰ পাছত ভাৰতৰ চন্দ্ৰযানে পুনৰ সাৰ পাই কাম কৰিবলৈ সক্ষম হ’ব নে নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চন্দ্ৰযানে দেওবাৰে চন্দ্ৰত অৱতৰণৰ ১২ দিন সম্পূৰ্ণ কৰিব।

ইছৰোৰ প্ৰকল্প সঞ্চালক পি ৱেৰামুথুভেলে কয় যে ৰ’ভাৰ প্ৰজ্ঞানে নিৰ্দিষ্ট কৰা সকলো কাম কৰিছে। চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা সকলো তথ্য লেণ্ডাৰৰ জৰিয়তে পৃথিৱীত উপস্থিত হৈছে।

লগতে পঢ়ক: India Squad for ODI World Cup 2023: সঞ্জু আউট, ৰাহুল-ঈশান ইন! বিচিচিআইয়ে চূড়ান্ত কৰিলে বিশ্বকাপৰ বাবে ভাৰতীয় দল!

Apply Now

দেওবাৰৰ পৰা সকলো ডিভাইচৰ বাবে স্লিপ মোড অন কৰা হৈছে। কিন্তু এই মোডটো কাৰ্যকৰী হ’বলৈ কিছু সময় লাগিব। অনুমান কৰা হৈছে যে দেওবাৰে বিয়লিৰ পৰা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে লাহে লাহে জিৰণি ল’ব।

প্ৰথমতে জানিব পৰা গৈছিল যে চন্দ্ৰযান ১৪ দিন চন্দ্ৰৰ মাটিত কাম কৰিব। তেনেহ’লে প্ৰজ্ঞানে ১২ দিনৰ মূৰত কিয় টোপনিৰ দেশলৈ গৈ আছে?

ৱেৰামুথুভেলে কয়, “সূৰ্য্য উদয়ৰ শূন্য ডিগ্ৰী কোণৰ পৰাই আৰম্ভ হয় চন্দ্ৰৰ দিনটো। কিন্তু আমাৰ চন্দ্ৰ অভিযানৰ বাবে আমাক কমেও ৬ ডিগ্ৰী সূৰ্যৰ পোহৰৰ প্ৰয়োজন। অন্যথা কেমেৰাৰ ছবিবোৰত বিশাল ছাঁ থাকিব, যাৰ ফলত ছবিবোৰ ম্লান হৈ পৰিব। গতিকে প্ৰজ্ঞানে সম্পূৰ্ণ ৰাতিলৈকে কাম কৰিব নোৱাৰিব।”

লগতে পঢ়ক: ভুল অস্ত্ৰোপচাৰ! প্লাষ্টিক চাৰ্জাৰী কৰিয়েই প্ৰাণ হেৰুৱালে জনপ্ৰিয় মডেল-অভিনেত্ৰীয়ে

এই বিশ্ৰামৰ পিছত ভাৰতৰ চন্দ্ৰযান পুনৰ নিজৰ মহিমালৈ ঘূৰি আহিবনে? ইছৰোৰ বিজ্ঞানীসকলে কয় যে সৌৰশক্তি সংগ্ৰহ কৰি প্ৰজ্ঞান সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। ২২ ছেপ্টেম্বৰত পুনৰ উদয় হ’ব চন্দ্ৰ। যদি প্ৰজ্ঞানে চন্দ্ৰৰ চৰম ঠাণ্ডা সহ্য কৰি ইছৰোলৈ সংকেত প্ৰেৰণ কৰিব পাৰে, তেন্তে পুনৰ নতুন তথ্য জানিব পৰা যাব। যদি নহয় তেন্তে চন্দ্ৰৰ দক্ষিণ মেৰু বিজয়ৰ প্ৰতীক হিচাপে প্ৰজ্ঞান চন্দ্ৰৰ পৃষ্ঠতে থাকি যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd