• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেতিয়া বন্ধু, ভাতৃ আৰু পত্নীক চিনিব পাৰি; মনত ৰাখক চাণক্যৰ এই কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 7:34 am
13.6k
VIEWS
Share on FacebookShare on Twitter

আচাৰ্য চাণক্যই তেওঁৰ নীতিকথাৰে বহু ধৰণৰ শিক্ষা দিছে। তেওঁৰ নীতিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে শ্ৰেষ্ঠ বুলি অভিহিত কৰা হৈছে। পুৰণি সময়ত যিমান প্ৰাসংগিক আছিল, আজিৰ আধুনিক যুগতো চাণক্য নীতি প্ৰাসংগিক। আজিও যদি এজন ব্যক্তিয়ে নিজৰ জীৱনত চাণক্য নীতি মানি চলে তেতিয়া জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰে।

আচাৰ্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত বন্ধু, সংগ, ভাতৃ, পত্নী আৰু সন্তানৰ লগত জড়িত বহু কথা উল্লেখ কৰিছে। আচাৰ্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত কৈছে যে বিপদৰ সময়ত বন্ধু, ভাই, পত্নীকে ধৰি সকলোকে চিনি পোৱা যায়। যদি কঠিন সময়ত কোনো ব্যক্তিয়ে আপোনাক সমৰ্থন কৰে বা আপোনাৰ বিপদৰ সময়ত আপোনাৰ লগত থাকে, তেন্তে বুজি লওক যে তেওঁ সঁচাকৈয়ে আপোন।

আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত কৈছে যে কামৰ সময়ত এজন সেৱকৰ পৰিচয় পোৱা যায়। আনহাতে, সংকটৰ সময়ত সংগ, বন্ধু আৰু ভাতৃক চিনিব পৰা যায়। আনহাতে, ব্যক্তিৰ হাতত যেতিয়া ধন-সম্পত্তি নোহোৱা হয়, তেতিয়াহে পত্নীক চিনিব পৰা যায়।

চাণক্যই নীতি শাস্ত্ৰত কৈছে যে স্বামী-স্ত্ৰীৰ সম্পৰ্ক আস্থাৰ। প্ৰতিটো পৰিস্থিতিত স্বামীক সহায় কৰা নাৰী এগৰাকী আদৰ্শ পত্নী। ঠিক তেনেদৰে সমস্যা, বিপদ, দুৰ্যোগ, শত্ৰু আৰু ৰোগে আমাক আগুৰি ধৰিলে যি বন্ধুৱে আমাক সহায় কৰে, তেওঁহে একমাত্ৰ বন্ধু আৰু প্ৰকৃত বন্ধু।

এই সন্দৰ্ভত আচাৰ্য চাণক্যই আৰু কৈছে যে প্ৰতিজন ব্যক্তিয়ে সাৱধানে বন্ধুত্ব গঢ়িব লাগে। কাৰণ এজন প্ৰকৃত বন্ধুক অন্ধভাৱে বিশ্বাস কৰিব পাৰি। প্ৰকৃত বন্ধু হ’ল সেইজন যিয়ে আপোনাক ভাল-বেয়া সকলো সময়ত লগত থাকে। এজন প্ৰকৃত বন্ধুৱে কেতিয়াও কঠিন সময়ত আপোনাক বিশ্বাসঘাতকতা নকৰে। 

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd