• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ কিশোৰীক দলবদ্ধ ধৰ্ষণ: গ্ৰেপ্তাৰৰ আশংকাত এক অভিযুক্তৰ আত্মহত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 8:59 pm
gang raped
1k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক কিশোৰী দলবদ্ধ ধৰ্ষণ কাণ্ড। ১৫ বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে তিনি যুৱকৰ বিৰুদ্ধে। এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত কৰা মতে, এই ঘটনাৰ পিছতে এজন অভিযুক্তই গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ আত্মহত্যা কৰে। আগ্ৰাত এই ঘৃণনীয় ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা সোমবাৰে পিতৃৰ দোকানৰ পৰা উভতি অহাৰ সময়তে অভিযুক্তই কিশোৰীগৰাকীক অপহৰণ কৰে আৰু এখন অটোৰিক্সাত উঠাই লৈ যায়।

ঘটনাৰ পিছদিনা স্থানীয় এগৰাকী ব্যক্তিয়ে কিশোৰীগৰাকীক পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছতে নাবালিকাগৰাকীৰ পিতৃয়ে থানাত এজাহাৰ দাখিল কৰে।

ভুক্তভোগীৰ পিতৃৰ অভিযোগৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত আৰক্ষীয়ে অভিযুক্ত ৰূপেশ, কৰুয়া আৰু জগদীশৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

১৮ৰ পৰা ২০ বছৰৰ বয়সৰ ভিতৰৰ এই আটাইকেইগৰাকী অভিযুক্ত শ্বামছাবাদৰ এখন গাঁৱৰ বাসিন্দা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তই কিশোৰীগৰাকীক এখন অট’ত লৈ গাঁৱৰ নিৰ্জন স্থানলৈ লৈ গৈ ধৰ্ষণ কৰে।

ধৰ্ষণৰ পিছত পথৰ কাষতে কিশোৰীগৰাকীক এৰি থৈ যায় দুৰ্বৃত্তই। অভিযুক্ত ৰূপেশ নামৰ অট’চালকগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু কৰুয়া পলাতক হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

আনহাতে, গ্ৰেপ্তাৰৰ আশংকাত আত্মহত্যা কৰে জগদীশে। ইফালে ভুক্তভোগী কিশোৰীগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd