• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বক্স অফিচত জৱানৰ জোকাৰণি, ইনষ্টাগ্ৰামত নকল শ্বাহৰুখৰ! কোন এই অবিকল কিং খান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2023 4:37 pm
Jawan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ৭ ছেপ্টেম্বৰত ৰূপালী পৰ্দাত মুক্তি পালে বহু প্ৰত্যাশিত একচন থ্ৰিলাৰ ‘জৱান’। কিং খান শ্বাহৰুখৰ এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই খলকনি তোলে বক্স অফিচত। প্ৰথমদিনাই জৱানে বিশ্বজুৰি আয় কৰে অভিলেখ ১২৯ কোটি টকা।

এনে আকৰ্ষণীয় আৰম্ভণিৰ দ্বাৰা জৱানে ইতিমধ্যে হিন্দী ছবিজগতত এক নতুন অভিলেখৰ ইঙ্গিত বহন কৰিছে। বহুসময় ধৰি বক্স অফিচত বিশেষ জোকাৰণি তুলিবলৈ সক্ষম নোহোৱা শ্বাহৰুখ খানে শেহতীয়াকৈ পাঠান আৰু জৱানৰ জৰিয়তে লাভ কৰিছে বেক টু বেক সাফল্য।

কোৱা বাহুল্য যে, বলীউডৰ কিং খান ৰূপে খ্যাত শ্বাহৰুখ খানৰ দেশতে নালাগে, সমগ্ৰ বিশ্বতে আছে অবাধ জনপ্ৰিয়তা, আছে অলেখ ‘ফেন’। এই ফেন অৰ্থাৎ অনুৰাগীসকলে প্ৰায়ে শ্বাহৰুখ খানৰ নকল কৰি তেওঁৰ সংলাপ আওৰোৱা বা গানত নৃত্য কৰা দেখিবলৈ পোৱা যায়।

এই ফেনসকলৰ মাজতে কেতিয়াবা দেখিবলৈ পোৱা যায় চেহেৰাৰ মিল থকা কোনো বিশেষ ‘ফেন’। ঠিক যেন শ্বাহৰুখ খানৰে সেই বলীউডী ছবি ‘ফেন’ৰ সেই গৌৰৱ! সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈ পৰিছে এনে এগৰাকী ফেন।

জৱানৰ অভূতপূৰ্ব সফলতাৰ পিছতে অধিক চৰ্চিত হৈ পৰিছে এই ফেনগৰাকী। শ্বাহৰুখ খানৰ দৰে অবিকল চেহেৰাৰে জৱানৰ গানৰ তালত তাল মিলাই নৃত্য কৰা এই ফেনগৰাকীৰ নাম ইব্ৰাহিম কাদ্ৰীক।

কাদ্ৰীৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এতিয়া ভিৰ কৰিছে শ্বাহৰুখ অনুৰাগীয়ে। শ্বাহৰুখ খানৰ সৈতে থকা চেহেৰাৰ অবিকল সাদৃশ্যৰ বাবে ইব্ৰাহিম কাদ্ৰীয়ে নেটিজেনৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

শেহতীয়াকৈ জৱান চিনেমাৰ এটা গীতত নৃত্য কৰি ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল কাদ্ৰীয়ে। লগে লগে নেটিজেনৰ মাজত লাগে হুৱা দুৱা। সকলো আশ্চৰ্যচকিত! শাৰীৰিক গঠনৰ পৰা চুলিৰ সাদৃশ্যলৈ সাইলাখ চেহেৰাৰে কেনেকৈ সম্ভৱ এয়া!

 

View this post on Instagram

 

A post shared by Ibrahim qadri (@ibrahim__qadri)

সম্প্ৰতি এই ভিডিঅ’টোত ব্যাপক সঁহাৰি লাভ কৰিছে কাদ্ৰীয়ে। বিভিন্ন মন্তব্যৰে বিশেষ এই পোষ্টটোৰ তলত যেন উবুৰি খাই পৰিছে নেটিজেন। মুঠৰ ওপৰত জৱানে যিদৰে বক্স অফিচত খলকনি তুলিছে, ঠিক একেদৰেই যেন সামাজিক মাধ্যমত খলকনি তুলিছে নকল কিং খান কাদ্ৰীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm
গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

August 27, 2025 3:06 pm
আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd