• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষিত হ’ব নে চৰাইদেউ! ৭ অক্টোবৰত চৰাইদেউলৈ ইউনেস্ক’ৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2023 11:38 am
Charaideo Maidam
5.3k
VIEWS
Share on FacebookShare on Twitter

আহোমৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলি আহিছে। এনে চৰ্চাৰ মাজতে অহা ৭ অক্টোবৰত চৰাইদেউ পৰিদৰ্শন কৰিব ইউনেস্ক’ৰ এটা বিশেষজ্ঞ দলে।

এই বিশেষজ্ঞ দলটোৱে চৰাইদেউৰ মৈদাম স্থান পৰিদৰ্শন কৰি সংৰক্ষণৰ প্ৰচেষ্টা, ভৱিষ্যতৰ পৰিকল্পনাৰ লগতে অন্যান্য আনুসংগিক বিভিন্ন দিশসমূহৰ মূল্যায়ন কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, কেন্দ্ৰই শেহতীয়াকৈ এই ঐতিহাসিক চৰাইদেউক ইউনেস্ক’ৰ সন্মানীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ টেগৰ বাবে মনোনীত কৰিছে।

ইউনেস্ক’ৰ দ্বাৰা এই সন্মান লাভ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব চৰাইদেউ।

ইউনেস্ক’ৰ দলটোৰ এই ভ্ৰমণৰ পূৰ্বে শনিবাৰে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীৰ এটা দলে এই প্ৰত্নতাত্ত্বিক স্থান পৰিদৰ্শন কৰে।

কেশৱ মহন্ত, নন্দিতা গোৰ্লোছা, যোগেন মোহন আৰু জয়ন্ত মল্ল বৰুৱাৰে গঠিত এই দলটোৱে প্ৰত্নতাত্ত্বিক স্থানটিৰ গাঁথনিগত সংৰক্ষণৰ কাম, সুৰক্ষা ব্যৱস্থা, খননৰ প্ৰয়োজনীয়তা, আন্তঃগাঁথনি উন্নয়ন ইত্যাদিৰ বুজ লয়।

লগতে তেওঁলোকে চৌহদৰ ভিতৰত অৱস্থিত সংগ্ৰহালয়টোও পৰিদৰ্শন কৰে আৰু ছ্যুকাফা সংগ্ৰহালয়ত এখন বৈঠক অনুষ্ঠিত কৰি বিভিন্ন দিশসমূহৰ পৰ্যালোচনা কৰে।

ইউনেস্ক’ৰ দলটোৰ ভ্ৰমণৰ পূৰ্বে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো বিষয়াক নিৰ্দেশ দিয়ে অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে। উল্লেখ্য যে, ইউনেস্ক’ৰ দলটোৱে চৰাইদেউ মৈদাম স্থানত দুদিন কটাব বুলি জানিব পৰা গৈছে।

Recent News

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd