• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজ বাটতে সন্ধানহীন কাম বিচাৰি গোলাঘাটৰ পৰা বেংগালুৰুলৈ যোৱা যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2023 8:17 pm
698
VIEWS
Share on FacebookShare on Twitter

মাজ বাটতে সন্ধানহীন হ’ল কৰ্ম সংস্থাপন বিচাৰি গোলাঘাটৰ পৰা বেংগালুৰুলৈ যোৱা যুৱক মুনীন্দ্ৰ বৰা। মুনিদ্ৰ বৰাৰ ভাতৃ ৰূপক বৰাই জানিবলৈ দিয়া মতে, গোলাঘাটৰ গোৱালগাঁৱৰ বাসিন্দা বলো বৰাৰ পুত্ৰ মুনীন্দ্ৰ ওৰফে বাবু বৰাই যোৱা ১ ছেপ্তেম্বৰত মেৰাপানী অঞ্চলৰ কলাজানৰ যাদৱ সোণোৱাল, ধীৰেণ সোণোৱাল, বিকাশ কছাৰীকে ধৰি  আন ৬ জন বন্ধুৰ সৈতে ফৰকাটিং ৰেল জংচনত বেংগালুৰু এক্সপ্ৰেছত যাত্ৰা আৰম্ভ কৰিছিল ৷ 

কৰ্ম সংস্থাপনৰ সন্ধানত যোৱা মুনীন্দ্ৰ বৰা  বেংগালুৰুৰ কে আৰ পুৰম ষ্টেচনত নমাৰ কথা আছিল ৷ সেইমতে বেংগালুৰুত থকা আনএজন সতীৰ্থ বাবলু ওৰাঙে ষ্টেশ্যনৰ পৰা আগবঢ়াই নিবলৈ আহি মুনীন্দ্ৰক দেখা নাপাই আন সহযাত্ৰীক ফোনযোগে যোগাযোগ কৰাত মেৰাপানীৰ পৰা একেলগে যোৱা এজনে জানিবলৈ দিয়ে যে মুনীন্দ্ৰই অন্ধ্ৰপ্ৰদেশৰ বিজয়বৰা ষ্টেশ্যন পোৱাৰ আগৰ ষ্টেশ্যনতেই নিশা একবজাত ট্ৰেইনৰ পৰা নামি গ’ল ৷ 

এই বিষয়টো বাবলু ওৰাঙে মুনীন্দ্ৰ বৰাৰ গোৱাল গাঁৱৰ পৰিয়ালৰ লোকক ফোনযোগে জনোৱাত পৰিয়ালটোৰ মাজত হুৱাদুৱা লাগে ৷ পৰিয়ালৰ লোকে মুনীন্দ্ৰৰ লগত যোৱা সকলক ফোন কৰাত তেওঁলোকৰ কথা-বতৰাত বিসঙ্গতি পোৱাৰ পিছত ৪ ছেপ্তেম্বৰত ফৰকাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷  

মুনীন্দ্ৰৰ নিৰুদ্দেশ হোৱা ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে । মেৰাপানীৰ পৰা লগত যোৱা ৬ সতীৰ্থই এই নিৰুদ্দেশৰ বিষয়টো গাপ দি ৰখা বুলি দাবী কৰাৰ লগতে সমগ্ৰ বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছে সন্ধানহীন মুনীন্দ্ৰ বৰাৰ  পৰিয়ালৰ লোকে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd