• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰি মুখ্যমন্ত্রীৰ পত্নীয়ে চৰকাৰী আঁচনিৰ সাহায্য লাভ কৰাটো দুৰ্নীতি  : ৰাইজৰ দল

চিলিং আইন উলংঘা কৰি একে দিনতে, একেখন পথাৰত, একেটা প্ল'টতে, একেটা কোম্পানীয়ে ৫০বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি কেনেকৈ ক্ৰয় কৰিলে মুখ্যমন্ত্রীৰ পত্নীয়ে? 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 5:49 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাওঁ জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা, ২ কঠা, ১৯ লেচা কৃষিভূমি। যি কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰাৰ তথ্য সবিস্তাৰে প্ৰকাশ কৰিছে দ্য ক্ৰছ কাৰেণ্টে। 

মাত্ৰ ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য। যি সময়ত যিকোনো ধৰণৰ চৰকাৰী আঁচনি বা ঋণৰ বাবে অসমৰ যুৱক-যুৱতীয়ে বাটকুৰি বাব লগা হয় সেই সময়ত মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতি এয়া কি ধৰণৰ ৰাজসাহায্য।

Apply Now

মাত্ৰ ১০ মাহৰ ভিতৰত এনেদৰে মাটি ক্ৰয়, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, উদ্যোগ স্থাপনৰ বাবে ৰাজ সাহায্য লাভ কেৱল মুখ্য মন্ত্রীৰ পত্নীৰ ক্ষেত্ৰতহে সম্ভৱ বুলি আজি সম্বোধন কৰা এখন সংবাদমেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাইজৰ দলে। 

গুৱাহাটীৰ মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদ মেলত কেন্দ্ৰীয় সাধাৰণ সম্পাদকদ্বয় আজিজুৰ ৰহমান আৰু চিন্ময় বড়াই এই অভিযোগ উত্থাপন কৰি কয় যে যিখিনি সময়ত অসমৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজ উচ্ছেদৰ বলি হৈ গৃহহীন হৈছে, ভেঁটি হেৰুৱাই দিশহাৰা হৈছে এনে সময়ত মুখ্যমন্ত্রীৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সম্পত্তিৰ পৰিমাণ দিনে ৰাতিয়ে পাহাৰসম বৃদ্ধি পাইছে, এক কথাত সম্পত্তি দখলৰ প্ৰতিযোগিতাত নামিছে এই মুখ্যমন্ত্ৰীৰ পৰিয়ালটো। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা শপতনামাত কৃষিভূমি শূন্য বুলি দিয়া হিচাপ কিমান দূৰ সত্য? বৰপথাৰৰ ভগৱান চাহ বাগিছা, গোলাঘাটৰ ৰাধা,কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিছা ও বিয়াগোম ৰিজৰ্ট হোটেল,বন্দ্যা ইন্টাৰনেচনেল স্কুল, নিউজ চেনেল, সৌ সিদিনা তোলপাৰ লগোৱা ২৯ বিঘা মাটিৰ মালিকীস্বত্বৰ পৰা এদিনত ক্ৰয় কৰা ৫০ বিঘা , ২কঠা,১৯ লেচা মাটিৰ মালিকীস্বত্বই মুখ্যমন্ত্রী গৰাকী আৰু পৰিয়ালৰ কেলেংকাৰী আৰু ক্ষমতাৰ কিমান সৎ ব্যৱহাৰ হৈছে তাৰেই ইংগিত বহন কৰিছে। ইয়াৰ পাছতো কোনখন মুখেৰে একেজন মানুহেই কেনেকৈ ৰাজ্যৰ সৰ্বোচ্চ পদত বহি সৰ্বসাধাৰণ ৰাইজৰ আগত ন্যায়, শূন্য সহনশীলতাৰ ভাওনা বচন আওঁৰাব! 

ৰাইজৰ দলে প্ৰত্যাহ্বান জনাইছে, যদি সাহস আছে দ্য ক্ৰছকাৰেন্টৰ বাতৰি সত্যতা প্ৰমাণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰক আৰু তেখেতৰ পত্নীয়ে সংঘটিত কৰা এই কাৰ্যৰ তদন্ত দিয়ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd