• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নী স্বাৱলম্বী হোৱাৰ বাবে ৰাজ সাহায্য ১০ কোটি, ৰাজ্যৰ মহিলাক স্বাৱলম্বী কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিব ১০হাজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2023 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণোদয় আঁচনিৰ নামত ৰাজ্যৰ মহিলা সকলক হিতাধিকাৰী সজাই ১২৫০ টকা প্ৰদান কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানৰ নামত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ নামত approve হৈছে ১০কোটি টকা।

যি সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলা সকলক স্বাৱলম্বী হবলৈ ১০হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পত্নী উদ্যোগ স্থাপনৰে স্বাৱলম্বী হোৱাৰ বাবে লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ১০ কোটি টকাৰ ৰাজ সাহায্য। ১০হাজাৰ টকাৰে এগৰাকী মহিলা কিদৰে স্বাৱলম্বী হব পাৰে।

১০হাজাৰ টকা ক‘ত বিনিয়োগ কৰিলে এগৰাকী মহিলা স্বাৱলম্বী হব পাৰে বুলি মন্তব্য কৰি আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই কয় যে – মুখ্যমন্ত্ৰীৰ পত্নীয়ে কাঞ্চনজুৰিত কৰাৰ দৰে ১০হাজাৰ টকাত এগৰাকী শিপিনিয়ে সূতা কিনি তাত-শাল লগাই উপাৰ্জন কৰিবলৈ সক্ষম হব নোৱাৰে। নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ মহিলা সকলৰ ভোট লাভ কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰিছিল। নিৰ্বাচনৰ সময়ত বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে বন্ধনৰ সকলো ঋণ পৰিশোধ কৰিম বুলি বাৰে বাৰে কৈছিল ৷কিন্ত সময়ত মুঠ বাৰ হেজাৰ কোটি টকাৰ  মাত্ৰ এহেজাৰ ছশকোটিহে ঋণৰ টকা মোকলাই দিয়া বুলি প্ৰকাশ যদিওঁ ৷বহু মহিলাই এটকাৰ চেকো লাভ কৰা বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে ৷

প্ৰকৃতাৰ্থত মহিলা সকলক স্বাৱলম্বী কৰাৰ কোনো আঁচনি নাই চৰকাৰৰ। মাইক্ৰো ফাইনেন্সৰ ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়া ঋণ লোৱা মহিলালৈ ঋণ পৰিশোধ কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে বন্ধন বেংকে। প্ৰতিশ্ৰুতি অনুসৰি এই সকল মহিলাৰ ঋণ সমুহ পৰিশোধ কৰক চৰকাৰে।  এই দাবী কৰে আম আদমি পাৰ্টীয়ে ৷ আজিৰ সংবাদ মেলত উপস্থিত থাকে আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা , আপৰ মিডিয়া পেনেলিষ্ট ক্ৰমে পুনম গগৈ আৰু আৰতি দেৱী ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd