• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰন্ত তৰুণ! ৯৮ বছৰ বয়সত মটৰ চাইকেল ৰেচিঙেৰে গঢ়িলে বিশ্ব অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 11:25 am
দুৰন্ত তৰুণ! ৯৮ বছৰ বয়সত মটৰ চাইকেল ৰেচিঙেৰে গঢ়িলে বিশ্ব অভিলেখ

দুৰন্ত তৰুণ লেচলি হেৰিছ। ফটো: সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গতানুগতিক চিন্তাত সেই বয়সৰ মানুহে জীয়াই থাকিলেও লাঠিৰ ওপৰত ভৰ দি খোজ কাঢ়িব লাগে বা বিচনাত পৰি থকা কথা। কিন্তু এই ব্যক্তিজনে বাস্তৱিকতে  দপদপাই ঘুৰি ফুৰিছে। তেওঁ আকৌ মটৰ চাইকেলত প্ৰতিযোগিতাও (ৰেচ) কৰে। ইপিনে, বয়সে শতকৰ ঘৰ স্পৰ্শ কৰাৰ পথত।

তেওঁৰ নাম লেচলি হেৰিছ (৯৮)। নিউজিলেণ্ডত ঘৰ। পুৰুষৰ শাখাত তেওঁ বিশ্বৰ আটাইতকৈ বয়সীয়াল মটৰ চাইকেল ৰেচাৰ। যোৱা বুধবাৰে আনুষ্ঠানিকভাৱে তেওঁক স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে। যোৱা ৫ ফেব্ৰুৱাৰীত তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি নিউজিলেণ্ডৰ অকলেণ্ডত অনুষ্ঠিত ৪৩ সংখ্যক ক্লাছিক মটৰ চাইকেল ফেষ্টিভেলত হেৰিছে এই অভিলেখ গঢ়িছিল। তেতিয়া তেওঁৰ বয়স আছিল ৯৭ বছৰ ৩৪৪ দিন। অৰ্থাৎ তেওঁৰ ৯৮ সংখ্যক জন্মদিনলৈ মাত্ৰ ২১ দিন বাকী আছিল।

দুৰন্ত তৰুণ লেচলি হেৰিছ। ফটো: সংগ্ৰহীত।

এই বয়সতো লেচলি হেৰিছ এই প্ৰতিযোগিতাত বহু পিছ পৰি থকা নাছিল। তেওঁ চতুৰ্থ স্থান দখল কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনত ৯৩ বছৰ বয়সত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। এই প্ৰতিযোগিতাত তেওঁ ১৭৭ চিচিৰ এখন পুৰণি মডেলৰ মটৰ চাইকেল ব্যৱহাৰ কৰিছিল, যাৰ গতিবেগ প্ৰতি ঘণ্টাত ১৩৪ কিলোমিটাৰ পৰ্যন্ত হয়।

২০২০ চনত ক্লাছিক ফেষ্টিভেলত পাহাৰৰ ওপৰেৰে মটৰ চাইকেল চলাই গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল লেছলি হেৰিছ। মটৰ চাইকেলখন পিছলি পৰাৰ ফলত তেওঁৰ ৬ডাল কামিহাড় ভাঙি যায়। কিন্তু ভাগ্য ভাল যে সোনকালে সুস্থ হৈ উঠে। কৰ’না মহামাৰীৰ বাবে পৰৱৰ্তী দুবছৰ ধৰি এই উৎসৱ অনুষ্ঠিত নহ’ল।

দুৰন্ত তৰুণ লেচলি হেৰিছ। ফটো: সংগ্ৰহীত।

গিনিজৰ মতে, ১৯৫৩ চনত হেৰিছে ৭০ বছৰ বয়সত প্ৰথমখন চৰকাৰী মটৰ চাইকেল দৌৰত অংশগ্ৰহণ কৰিছিল। এইবাৰ তেওঁ আন কেইবাখনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অহা বছৰ ৪৪ সংখ্যক ক্লাছিক মটৰ চাইকেল ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰো আশা কৰিছে তেওঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm
অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

ব্যৱসায়ী ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন ‘মাষ্টাৰ ব্লাষ্টাৰ’ৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ

August 14, 2025 12:13 pm
ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

ভাৰতৰ চামৰা উদ্যোগৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ ৫০% শুল্কই! বন্ধ হৈ পৰিছে ভাৰতৰ ৰপ্তানি

August 14, 2025 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm
অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd