• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবিশ্বাস্য কলা! মূৰত ফুটবল লৈ ২৫০ ফুট উচ্চতালৈ বগালে যুৱকে

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে দিলে স্বীকৃতি, চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 2:57 pm
Man scales 250-foot with football on head
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলপথাৰত ফুটবল ভৰিত লৈ তাৰকা-মহাতাৰকাই দেখুওৱা নিপুণ ক্ৰীড়াশৈলী আপুনি দেখিছে; চমকৃত হৈ তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আপুনি। কিন্তু মূৰত এটা ফুটবল লৈ কোনোবাই ২৫০ ফুট উচ্চতালৈকে বগাই যোৱা বুলি ক’লে বিশ্বাস হ’বনে?

অবিশ্বাস্য যেন লাগিলেও এয়া সঁচা। এই অদ্ভুত কাৰ্য কৰি দেখুৱাইছে আফ্ৰিকান দেশ নাইজেৰিয়াৰ এগৰাকী যুৱকে। মূৰত এটা ফুটবল লৈ এই যুৱকজনে ২৫০ ফুট (৭৬ মিটাৰ) ওখ এক টেলিকম সেৱা সংযোগী টাৱাৰৰ উচ্চতালৈ উঠি যায়।

Apply Now

অসম্ভৱক সম্ভৱ কৰা এই যুৱকজনৰ নাম টনি ছল’মন। টনিৰ এই নান্দনিক কাৰ্যক স্বীকৃতি প্ৰদান কৰিছে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে। এই অবিশ্বাস্য অভিলেখৰ ভিডিঅ’ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত টনি ছল’মনে নিজৰ মূৰত ফুটবলটোৰ ভাৰসাম্য ৰক্ষা কৰি ওখ টাৱাৰটো বগোৱা বাই ওপৰলৈ উঠি যোৱা দেখিবলৈ পোৱা গৈছে। বলটো পৰি নোযোৱাকৈ ৰাখি এইদৰে মূৰত অভাৱনীয় ভাৰসাম্য ৰক্ষা কৰি ২৫০ ফুট উচ্চতা বগাই টনিয়ে স্থাপন কৰে নতুন অভিলেখ।

New record: Most steps climbed on a ladder while balancing a football on the head – 150 by Tonye Solomon (Nigeria) ️⚽️

Don’t look down 👀 pic.twitter.com/yeZAXe1CxH

— #GWR2024 OUT NOW (@GWR) September 13, 2023

প্ৰকাশিত খবৰ অনুসৰি, এই অভিলেখৰ বাবে দুমাহ ধৰি অনুশীলন কৰিছিল টনিয়ে। নিজৰ এই কৃতিত্বৰ আঁৰৰ কাৰণৰ বিষয়ে প্ৰকাশ কৰি টনিয়ে কয় যে তেওঁ কেৱল নিজকে প্ৰত্যাহ্বান জনাবলৈ নহয়, আনকো এনে কাৰ্য কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে এই কাম কৰিছিল।

“এয়া সহজ নাছিল। মই নাইজেৰিয়াৰ অসামৰিক প্ৰতিৰক্ষা বায়েলছা ষ্টেট কমাণ্ডক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক ইয়াৰ বাবে তেওঁলোকৰ সুবিধা ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে।”- অভিলেখ স্থাপনৰ পিছত টনি ছল’মনে লগতে কয়।

গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে যোৱা ১৩ ছেপ্টেম্বৰত পোষ্ট কৰা এই ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো দৰ্শন কৰিছে লক্ষ লক্ষ নেটিজেনে। এনে অসাধ্য কাৰ্য সাধন কৰা টনি ছল’মনৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰিছে নেটিজেন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd