• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনেদৰেই খুব সহজভাবে ৰান্ধি খাওক সুস্বাদু ‘বইল চিকেন’ৰ আঞ্জা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 2:30 pm
3.7k
VIEWS
Share on FacebookShare on Twitter

বহু মানুহে ব্যস্ততাৰ বাবে প্ৰায়ে কিছুমান ব্যঞ্জন তৈয়াৰ কৰাৰ পৰা বিৰত থকা দেখা যায়। আন কিছুমানে আকু ভালদৰে ৰান্ধিব নজনাৰ বাবে অথবা ৰন্ধন প্ৰণালী জটিল হোৱাৰ বাবে মাংস নাৰান্ধে। কিন্তু আজি আপোনালোকৰ বাবে এনে এটা ৰন্ধন-প্ৰকৰণ লৈ আহিছোঁ যিয়ে আপোনাক খুব সহজে, কম সময়তে সুস্বাদু মুৰ্গী মাংস ৰন্ধাত সহায় কৰিব। এনেদৰে ৰান্ধি খালে আপনাৰ স্বাস্থ্যৰো যথেষ্ট উপকাৰ হ’ব।

এই ব্যঞ্জনটো ৰান্ধিনবলৈ কি কি উপকৰণ লাগিব?

–  আধা কিলোগ্ৰাম মুৰ্গীৰ মাংস

– চাৰি কাপ পানী

– এটা পিঁয়াজ

– দুটা বিলাহী-

– আদা-নহৰু বটা

– নিমখ 

– ১/২ চামুচ জালুক

– দুটা ডাঙৰ আলু

– দুটামান কেঁচা জলকীয়া

– এমুঠি কেঁচা ধনীয়া

১/ প্ৰথমে মাংসখিনি ধুই লওঁক। তাৰপিছত এটা কুকাৰত দি মাংসখিনি দুই মিনিট সময় হেতাৰে লৰাই থাকক।

২) ইয়াৰ পিছত মাংস খিনিত ডাঙৰ ডাঙৰকৈ কটা পিয়াজ, আলু, আদা নহৰু, জালুক, সৰুকৈ কুটা বিলাহী, জলকীয়া আৰু নিমখ দি দিয়ক। তাৰপিছত ২ মিনিট লৰাই পানী খিনি দি সাফৰখন বন্ধ কৰি চিটি মৰালৈ অপেক্ষা কৰক। 

৩) দুটা চিটি অহাৰ পিছত গেছটো বন্ধ কৰি দিয়ক।

৪) কুকাৰৰ সাফৰখন খুলিব পৰা হ’লে তাত ধনীয়া মুঠি কাটি দি কিছুসময়ৰ বাবে সাফৰখন আকৌ বন্ধ কৰি দিয়ক।

৫) গৰম ভাতৰ লগত নেমু চেপি তৃপ্তিৰে পৰিৱেশন কৰক।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd