• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষিদ্ধ নামত, এতিয়াও উপলব্ধ নেটত! দেশত সৰ্বাধিক দৰ্শন কৰা কেইটামান প…ৰ্ণ চাইট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2023 5:11 pm
24.5k
VIEWS
Share on FacebookShare on Twitter

স্মাৰ্টফোন আৰু মোবাইল ইণ্টাৰনেট সুলভ হৈ পৰাৰ লগে লগে পৰ্ণ পূৰ্বতকৈ সহজে উপলব্ধ হৈ পৰিছে। দেশত কেইবাটাও পৰ্ণ চাইট নিষিদ্ধ হ’লেও এতিয়াও ইণ্টাৰনেটত পৰ্ণ উপভোগ কৰে ভাৰতৰ বহুলাংশ লোকে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ৱেবত সন্ধান কৰা প্ৰতি ৱেব চাইটৰ ভিতৰত এটা পৰ্ণগ্ৰাফীৰ চাইট। অৰ্থাৎ দেশত পৰ্ণ উপভোগ কৰা দৰ্শকৰ সংখ্যা যথেষ্ট।

ভাৰতীয় দৰ্শকে সৰ্বাধিক সন্ধান কৰা পৰ্ণ চাইটৰ এক তালিকাও পৰিসংখ্যাসহ প্ৰকাশ পাইছে। চাওঁ আহক এই তালিকাখন:

১/ পৰ্ণহাব (Pornhub)

Pornhub কানাডাৰ মালিকানাধীন ইণ্টাৰনেট পৰ্ণগ্ৰাফী ৱেবছাইট। মাইণ্ডজিকৰ মালিকানাধীন কেইবাটাও পৰ্ণগ্ৰাফিক ভিডিঅ’-ষ্ট্ৰীমিং ৱেবছাইটৰ ভিতৰত ই অন্যতম।

২০২২ চনৰ নৱেম্বৰ মাহলৈকে পৰ্ণহাব বিশ্বৰ ১৩ নং সৰ্বাধিক দৰ্শন কৰা ৱেবছাইট আৰু এক্সভিডিঅ’ছৰ পিছত দ্বিতীয় সৰ্বাধিক দৰ্শনপ্ৰাপ্ত প্ৰাপ্তবয়স্ক ৱেবছাইট।

অৱশ্যে ছেমৰুছৰ তথ্য অনুসৰি ২০২৩ চনত ভাৰতৰ ভিতৰতে সৰ্বাধিক দৰ্শন কৰা পৰ্ণ ৱেবছাইট হৈছে পৰ্ণহাব আৰু ইয়াৰ দৰ্শকৰ সংখ্যা ১.০৩ বিলিয়ন।

২/ এক্স ভিডিঅ’জ্ (XVideos)

XVideos হৈছে পৰ্ণগ্ৰাফিক ভিডিঅ’ শ্বেয়াৰিং আৰু দৰ্শনৰ সুবিধা থকা বহুল জনপ্ৰিয় ৱেবছাইট। ২০০৭ চনত পেৰিছত প্ৰতিষ্ঠা হোৱা এই ৱেবছাইটটো এতিয়া চেক কোম্পানী ডব্লিউ জি চি জেড হোল্ডিঙৰ পঞ্জীয়নভুক্ত।

২০২২ চনৰ নৱেম্বৰ মাহলৈকে ই সৰ্বাধিক দৰ্শন লাভ কৰা পৰ্ণগ্ৰাফিক ৱেবছাইট আৰু বিশ্বৰ ১১ নং সৰ্বাধিক দৰ্শন কৰা ৱেবছাইট।

ভাৰতত ২০২৩ চনত ৯৮২.০৭ মিলিয়ন দৰ্শকে এই পৰ্ণ ৱেবছাইটত পৰ্ণ উপভোগ কৰিছে।

৩/ এক্সহেমষ্টাৰ (xHamster)


xHamster হৈছে চাইপ্ৰ’ছৰ পৰ্ণগ্ৰাফিক মিডিয়া আৰু ছ’চিয়েল নেটৱৰ্কিং চাইট। ইয়াৰ মুখ্য কাৰ্যালয় আছে চাইপ্ৰাছৰ লিমাছলত।

২০০৭ চনত প্ৰতিষ্ঠা হোৱা xHamster ইণ্টাৰনেটত XVideos, XNXX আৰু Pornhub ৰ পিছত চতুৰ্থ জনপ্ৰিয় পৰ্ণগ্ৰাফী ৱেবছাইট।

২০২০ চনৰ জুলাই মাহলৈকে xHamster বিশ্বৰ ভিতৰতে সৰ্বাধিক ট্ৰেফিক হোৱা ৱেবছাইট আছিল। ভাৰতত এই চাইটটো ৬৯৭.১৩ মিলিয়ন দৰ্শনাৰ্থীৰে তৃতীয় স্থানত আছে।

৪.এক্স এন এক্স এক্স (XNXX)

পৰ্ণগ্ৰাফিৰ আন এক জনপ্ৰিয় চাইট হৈছে XNXX। Similarweb ৰ এক তথ্য অনুসৰি ২০২২ চনৰ নৱেম্বৰ মাহলৈকে বিশ্বৰ সৰ্বাধিক দৰ্শন লাভ কৰা ৱেবছাইটৰ তালিকাত XNXX আছিল ১৪ নং স্থানত।

২০০০ চনত আৰম্ভ হোৱা XNXX চাইট মূলত: পেৰিছৰ পৰা তদাৰক কৰা হয়। মণ্ট্ৰিয়েল, টকিঅ’ আৰু নিউৱৰ্কত ইয়াৰ চাৰ্ভাৰ আৰু কাৰ্যালয় আছে।

ভাৰতত ২০২৩ চনত এই পৰ্ণগ্ৰাফি চাইটত ৫২.৭৫ মিলিয়ন দৰ্শকে পৰ্ণ দৰ্শন কৰিছে।

৫/ স্পেংকবেং (Spankbang)

ভাৰতৰ ভিতৰতে সৰ্বাধিক দৰ্শন পোৱা পৰ্ণগ্ৰাফী চাইটসমূহৰ ভিতৰত Spankbang অন্যতম। ২০২৩ চনত ভাৰতত এই পৰ্ণ চাইটটোত ৪২২.০১ মিলিয়ন দৰ্শকৰ উপস্থিতিৰ তথ্য আছে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd