• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘দিল যশ্ন বলে’ৰে ৰণডংকা: প্ৰকাশ পালে ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ‘এন্থেম’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2023 6:58 pm
8.8k
VIEWS
Share on FacebookShare on Twitter

ৰণডংকা বাজিছে ক্ৰিকেট বিশ্বকাপৰ। সাজু হৈছে ক্ৰিকেট বিশ্ব, বিশ্বকাপৰ উন্মাদনাই লাহে লাহে স্পৰ্শ কৰিছে ক্ৰিকেট অনুৰাগীক। এনে উন্মাদনাত ৰহণ সানি আজি বিশ্বকাপৰ এন্থেম উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। 

‘দিল যশ্ন বলে’ শীৰ্ষক এই গীতটিত দেখিবলৈ পোৱা গৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ লগতে ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী বাৰ্মাকো। প্ৰীতমৰ সংগীতেৰে সজাই তোলা গীতটোৰ কথা শ্লোকে লাল, সাবেৰী ভাৰ্মাৰ। এই গীতটোৰ উন্মোচনৰ পিছতে ৰণবীৰ সিঙে ষ্টাৰ স্প’ৰ্টছ পৰিয়ালৰ অংশ হিচাপে আৰু এগৰাকী ক্ৰিকেট অনুৰাগী হিচাপে বিশ্বকাপৰ বাবে এই এন্থেম উন্মোচনৰ অংশ হোৱাটো সঁচাকৈয়ে এক সন্মান বুলি মন্তব্য কৰে। সংগীতজ্ঞ প্ৰীতমেও নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। 

ক্ৰিকেটক ভাৰতৰ সৰ্বোচ্চ আবেগ আখ্যা দি বিশ্বকাপৰ বাবে ‘দিল যশ্ন বলে’ গীতটোৰ সৈতে জড়িত হোৱাটো এক উচ্চ সন্মান বুলি মন্তব্য কৰে প্ৰীতমে। 

DIL JASHN BOLE! #CWC23

Official Anthem arriving now on platform 2023 📢📢

Board the One Day Xpress and join the greatest cricket Jashn ever! 🚂🥳

Credits:
Music – Pritam
Lyrics – Shloke Lal, Saaveri Verma
Singers – Pritam, Nakash Aziz, Sreerama Chandra, Amit Mishra, Jonita… pic.twitter.com/09AK5B8STG

— ICC (@ICC) September 20, 2023

উল্লেখ্য যে, ২০১১ চনত ভাৰতত হোৱা বিশ্বকাপৰ এন্থেম ‘দে ঘুমাকে’ ব্যাপক জনপ্ৰিয় হৈ পৰিছিল। বলীউডৰ বিখ্যাত যুটী শংকৰ-এহচান-লয়ৰ এই গীতটিয়ে ক্ৰিকেট অনুৰাগীক ৰোমাঞ্চিত কৰি তুলিছিল।

Recent News

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd