• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত ভুৱা প্ৰমাণপত্ৰেৰে চাকৰি লোৱাৰ চেষ্টা : দুৰ্নীতিৰ অভিযোগত এজন হ’ম গাৰ্ডকে ধৰি চাকৰিত যোগদানৰ বাবে অহা ১০জনক আটক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 8, 2018 9:53 pm
Fake_certificate

বিতোপন বৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাফলঙত হ’ম গাৰ্ড নিযুক্তিত ব্যাপক দুৰ্নীতি হোৱাৰ তথ্য পোহৰলৈ আহিছে। ভুৱা প্ৰমাণপত্ৰ বনাই নিযুক্তিত জড়িত হাফলঙৰ ট্ৰেজাৰি কাৰ্যালয়ত কৰ্তব্যৰত হ’ম গাৰ্ড বিতোপন বৰাক আজি এই অভিযোগত আৰক্ষীয়ে আটক কৰিছে। বিতোপনৰ পৰা আৰক্ষীয়ে এটা ৰাউণ্ড ছীল আৰু  হ’ম গাৰ্ডৰ  ডিষ্ট্ৰিক্ট কমাণ্ডেণ্টৰ  চাৰিটা ভুৱা  ছীল উদ্ধাৰ কৰিছে।

বিতোপনৰ লগত ৰঞ্জিত কোঁৱৰ নামৰ দিয়ুংমুখ আৰক্ষী থানাত কৰ্তব্যৰত হ’ম গাৰ্ড এজনো জড়িত বুলি বিতোপনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে। জানিব পৰামতে, বিতোপনৰ ঘৰ নগাঁও জিলাত। আনহাতে ৰঞ্জিতৰ ঘৰ মৰিগাঁৱত।

Apply Now

তথ্য অনুসৰি বিতোপন, ৰঞ্জিত আৰু এগৰাকী আৰক্ষী কনিষ্টবল মিলি ভুৱা প্ৰমাণপত্ৰৰে  হ’ম গাৰ্ডত ইতিপূৰ্বে দহজন যুবকক নিযুক্তি দিবলৈ সক্ষম হৈছিল বিতোপন আৰু ৰঞ্জিতে। অভিযোগ মতে, ইয়াৰ বিনিময়ত যুৱককেইজনৰ পৰা পঞ্চাচ হাজাৰকৈ টকাকৈ লৈছে বিতোপন আৰু ৰঞ্জিতে।

Fake_certificate_2

এই যুৱকসকলে ভুৱা প্ৰমাণ পত্ৰ লৈ আজি চাকৰিত যোগদানৰ কাৰণ আহোতে বিষয়টো দৃষ্টি গোচৰ হয় হ’ম গাৰ্ডৰ ডিমা হাচাও জিলাৰ ডিষ্ট্ৰিক্ট কমাণ্ডেণ্টৰ। আৰক্ষীক বিষয়টো অৱগত কৰাৰ লগে লগে প্ৰাথমিক তদন্ত কৰি হাফলং আৰক্ষীয়ে বিতোপনক আটক কৰে। বিতোপনক সোধা-পোছা কৰাত আচল তথ্য পোহৰলৈ আহে।

আৰক্ষীয়ে জনোৱা মতে, বিতোপনে টকা লোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে গোটেই কাম-কাজ দিয়ুংমুখত হোৱা বুলি কয়। আনহাতে নকল ছীলবিলাক লংকাত বনাই অনা বুলিও জানিবলৈ দিয়ে।

নৰ্থ-ইষ্ট নাওক হাফলং আৰক্ষী থানাৰ অ’ চি কুশেশ্বৰ বৰাই  কয় যে এই জালিয়াতি কাৰ্যৰ আঁৰত ডাঙৰ চক্ৰ জড়িত থাকিব পাৰে।

আনহাতে ভুৱা প্ৰমাণপত্ৰৰে হ’মগাৰ্ডৰ চাকৰিত যোগদানৰ কাৰণে অহা কাৰ্বি আংলং জিলাৰ হাৱাইপুৰৰ দুগৰাকী যুবকৰ লগতে দিয়ুংব্ৰা আৰু দিয়ুংমুখৰ মুঠ দহজন যুৱককো আটক কৰিছে আৰক্ষীয়ে।

ইয়াৰে জয়কুমাৰ জহৰীয়ে দিয়া ভাষ্য অনুসৰি তেওঁ এই চাকৰিৰ কাৰণে ৰঞ্জিত কোঁৱৰক মাটি বন্ধক দি পঞ্চাচ হাজাৰ টকা যোগাৰ কৰিছিল। ঠিক একেদৰে মহাজিত কেম্প্ৰাই আৰু চাজিত লাংথাচায়ো মাটি বিক্ৰী কৰি ৰঞ্জিতক পঞ্চাচ হাজাৰ টকা চাকৰিৰ বাবে দিছিল।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd