• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

খালী পেটে ব্যায়াম কৰে নেকি? তেন্তে জানি লওক এইকেইটা কথা – 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2023 6:00 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেছিভাগ মানুহেই দিনটোৰ আৰম্ভণিতে শাৰীৰিক ব্যায়াম কৰে। শুই উঠি প্ৰাতঃকৰ্ম কৰাৰ পিছত ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।  ৰাতিপুৱাৰ ব্যায়ামে আমাক সুস্বাস্থ্য, সতেজ মন প্ৰদান কৰাৰ লগতে দীৰ্ঘজীৱনো প্ৰদান কৰে। 

প্ৰায় ১০-১২ ঘন্টা খাদ্য নোখোৱাকৈ থাকি খালী পেটত ব্যায়াম কৰিলে তাক উপবাস ব্যায়াম বোলা হয়। বহুতে লঘু ব্ৰেকফাষ্ট কৰি জিমলৈ যায়। কিন্তু কোনটো আপোনাৰ বাবে ভাল আপুনি জানেনে? অৰ্থাৎ খালী পেটত ব্যায়াম কৰাটো ভাল নে খাই বৈ ব্যায়াম কৰাটো ভাল – জানো আহক।

Apply Now

খালী পেটত ব্যায়াম কৰিলে তাক উপবাস ব্যায়াম বোলে। আনহাতে, যদি আপুনি খাদ্য খোৱাৰ পিছত ব্যায়াম কৰিবলৈ আৰম্ভ কৰে তেন্তে শৰীৰে সেই খাদ্যৰ পৰা পোৱা কাৰ্বহাইড্ৰেট ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰে। গতিকে খালী পেটত ব্যায়াম কৰিলে শৰীৰৰে পূৰ্বৰে পৰা সঞ্চিত কেলৰি খৰচ কৰে। যাৰ ফলত শৰীৰৰ চৰ্বি সোনকালে গলিবলৈ আৰম্ভ কৰে। গতিকে খালী পেটত ব্যায়াম কৰিলে সহজে ওজন কমাব পাৰি।

ৰাতিপুৱা শৰীৰত ইনচুলিনৰ ভাৰসাম্যতা নাথাকে। মূলতঃ যদি আপুনি দীৰ্ঘসময় খালী পেটত থাকে তেন্তে শৰীৰত ইনচুলিনৰ মাত্ৰা কমি যায়। ইয়াৰ ফলত আপোনাৰ শৰীৰে শক্তিৰ বাবে জমা হোৱা চৰ্বি ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও ওজন কমায়। 

কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে খালী পেটত ব্যায়াম কৰিলে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি পায়। গতিকে বহুতে ৰাতিপুৱা ব্যায়াম কৰিলে সোনকালে অতিৰিক্ত চৰ্বি কমি যায়।

উল্লেখ্য যে খালী পেটত ব্যায়াম কৰিলে তাৰ নেতিবাচক দিশো আছে। খালী পেটত ব্যায়াম কৰিলে বহু লোকে শক্তি আৰু কাৰ্যক্ষমতাৰ অভাৱ অনুভৱ কৰে। মৃদু মূৰৰ বিষৰ দৰে লক্ষণেও দেখা দিয়ে। এনে ক্ষেত্ৰত ব্যায়াম আৰম্ভ কৰাৰ আগতে লঘু খাদ্য খোৱাটো প্ৰয়োজনীয়। ৰাতিপুৱা ব্যায়াম কৰাৰ আগতে বাদাম, কল, কণী, ফলমূল, ব্ৰেড আদি পুষ্টিকৰ আৰু পাতল খাদ্য খাব পাৰে।

যদি আপুনি দ্ৰুতভাৱে ওজন কমাব বিচাৰে তেন্তে খালী পেটত ৱৰ্কআউট আৰম্ভ কৰক। কিন্তু ব্যায়াম কৰাৰ সময়ত হাইড্ৰেটেড হৈ থকাটো গুৰুত্বপূৰ্ণ। গতিকে ব্যায়ামৰ আগত আৰু ব্যায়ামৰ সময়ত প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ব্যায়ামৰ পিছতো পানী খাব লাগে। ব্যায়ামৰ পিছত প্ৰটিন আৰু কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যৰ খাব লাগে। ব্যায়াম কৰাৰ পিছত যদি আপুনি সুষম আহাৰ গ্ৰহণ নকৰে তেন্তে আপোনাৰ শৰীৰ দুৰ্বল হৈ পৰিব। তেতিয়া আপোনাৰ ওজন কমাৰ সলনি শৰীৰত বিভিন্ন ৰোগে ঠাই ল’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd